Author: কল্পজ্যোতি শইকীয়া
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ বৈঠক,কি কি সিদ্ধান্ত কৰা হ’ল গ্ৰহণ?
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৭ জুলাইত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সিদ্ধান্তসমূহ…
মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লোৱা মুখ্যমন্ত্ৰীক মহিলাৰ বিশেষ উপহাৰ!
ৰাজ্যৰ মহিলাসকলে কিয় ভাল পাবলৈ লৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক? আপুনি হয়তো ভাবিছে কিয় হঠাৎ মহিলাসকলৰ প্ৰিয় হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী?…
সোণোৱাল দিল্লীলৈ; কংগ্ৰেছ এৰি এতিয়া বিজেপিৰ বৰঘৰত সোমাবলৈ সাজু ৰাজীৱলোচন পেগু!
অচিৰেই সম্প্ৰসাৰণ ঘটিব নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্ৰীসভাৰ খালী হৈ থকা ২৬ খন মন্ত্ৰীৰ আসন পূৰণ কৰিবলৈ কৰিবলৈ…
কোভিডৰ বিৰুদ্ধে যুঁজত মুখ্যমন্ত্ৰীক হাত আগবঢ়ালে বিৰোধী দলপতিৰ নেতৃত্বত কংগ্ৰেছ বিধায়িনী দলে
আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে বিৰোধী কংগ্ৰেছৰ এটা সজাতি দলে। মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত অসম…
ভয়ংকৰ! কোভিড ৰোগীৰ মৃতদেহৰ চকুত বগা টেপ আৰু পেটত কটা দাগ; পৰিয়ালৰ ভয়ংকৰ অভিযোগ
যোৱা ২ জুলাইৰ দিনা জিএমচিএইচত মৃত্যু হৈছিল এজন কোভিড আক্ৰান্ত যুৱকৰ। কিন্তু যুৱকজনৰ মৃতদেহৰ চকুত বগা টেপ লগোৱা আছিল আৰু পেটত কটা…
দায়সৰা স্পষ্টীকৰণ! DGP কাৰ্য্যালয়, PWD কে ধৰি বিল পৰিশোধ নকৰা বিভাগৰ বিদ্যুৎ কৰ্তন কৰিবলৈ সাহস হ’বনে?
বিদ্যুৎ চুৰি কৰাসকলক ৰঙা চকু দেখুওৱা স্বয়ং ৰাজ্যৰ DGP ৰ ঘোষণা আছিল “বিদ্যুৎ চুৰি নকৰিব আৰু সময়মতে বিল পৰিশোধ কৰক। অসম আৰক্ষীয়ে…
দুৰ্যোগৰ দিনতো প্ৰদেশ কংগ্ৰেছত যোগদান বিজেপিৰ জিলা পৰিষদৰ নেতা-কৰ্মীৰ
যি সময়ত কংগ্ৰেছ এৰি বিজেপিলৈ নেতাৰ সোঁত বৈছে তেনে সময়তে শুক্ৰবাৰে ৰাজীৱ ভৱনত বিপৰীত ছবি দেখিবলৈ পোৱা গ’ল। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত…
মাৰ্কশ্বীটকলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত নাভূত-নাশ্ৰুত, ছাত্ৰ-ছাত্ৰীয়ে ন্যায় পাব লাগিব : সমুজ্জ্বল ভট্টাচাৰ্য্য
মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰীৰ চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বীটকলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এইখন মাৰ্কশ্বীট কোনোধৰণৰ চাকৰিৰ আবেদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব নোৱাৰিব…
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে অব্যাহতি দিব বিচৰা নাছিল অখিল গগৈক, কি কৰিলে বিধায়ক গগৈয়ে?
কালি ‘নিয়া’ৰ আদালতে চান্দমাৰী থানাৰ এটা গোচৰত দোষমুক্ত ঘোষণা কৰাৰ পিছতে অৱধাৰিত ভাবে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা বাহিৰলৈ…
কাৰো গেৰান্টি নাই! হিন্দু-মুছলমান সকলোৱে ধৰ্ষণ কৰে, ধৰ্ম চাই কোনেও ধৰ্ষণ নকৰে : মুখ্যমন্ত্ৰী
‘কাৰো গেৰান্টি নাই! হিন্দু-মুছলমান সকলোৱে ধৰ্ষণ কৰে, ধৰ্ম চাই কোনেও ধৰ্ষণ নকৰে।‘ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াৰ মন্তব্যৰ বিৰোধিতা…