NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

প্ৰতিবাদত সেও মানিলে ভৰত নৰহে; আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰি ছ’চিয়েল মিডিয়াত প’ষ্ট

অসম বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা নাওবৈচা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহে আহোম জনগোষ্ঠীক পূৰ্ব বংগীয় মুছলমানৰ সৈতে তুলনা কৰি যি মন্তব্য আগবঢ়াইছিল…

কল্পজ্যোতি শইকীয়া · May 28, 2021 3:00 pm
অসম

অচিৰেই দিল্লীলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল! মাজুলী কাৰ?

এটা কাৰ্য্যকাল তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ চকীখন অলংকৃত কৰিলে। কিন্তু এইবাৰ তেওঁক উফৰাই মুখ্যমন্ত্ৰী হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ পৰিচয় এতিয়া মাজুলীৰ…

কল্পজ্যোতি শইকীয়া · May 27, 2021 8:48 pm
অসম

উলুবাৰী শ্মশানত ভয়ংকৰ ঘটনা,কুকুৰে শ্মশানৰ পৰা ৰাস্তালৈ টানি আনিলে আধা জ্বলা মৃতদেহৰ ভৰি

গুৱাহাটী মহানগৰীৰ উলুবাৰী শ্মশানত ভয়ংকৰ ঘটনা,কুকুৰে শ্মশানৰ পৰা ৰাস্তালৈ টানি আনিলে আধা জ্বলা মৃতদেহৰ ভৰি। এই ঘটনাক লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।…

কল্পজ্যোতি শইকীয়া · May 26, 2021 9:52 pm
অসম

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হ’ল বহু সিদ্ধান্ত, কি সেই সিদ্ধান্ত?

আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হ’ল বহু সিদ্ধান্ত। বৈঠকৰ আৰম্ভণিতে গোসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ…

কল্পজ্যোতি শইকীয়া · May 26, 2021 7:38 pm
অসম

GMCHত অখিল গগৈৰ মানসিক ৰোগৰ চিকিৎসা চলা নাই; আৰু কি ক’লে অখিল গগৈৰ অধিবক্তাই?

কালি বিধানসভাৰ পবিত্ৰ সদনৰ গৰিমা ম্লান কৰি এগৰাকী জনপ্ৰতিনিধি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক মানসিক ৰোগী সজাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।…

কল্পজ্যোতি শইকীয়া · May 25, 2021 6:45 pm
অসম

অখিল গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী : ক’লে ‘অখিল গগৈৰ মানসিক ৰোগৰ চিকিৎসা চলি আছে’

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সদনৰ মজিয়াত আক্ৰমণাত্মক হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আনকি আক্ৰমণ কৰি অখিল গগৈৰ…

কল্পজ্যোতি শইকীয়া · May 24, 2021 4:57 pm
অসম

বিধানসভাৰ অধিবেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত কি কি কথাই পালে স্থান?

বিধানসভাৰ অধিবেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত বহুকেইটা কথাই স্থান পোৱা দেখা গ’ল। তলত ভাষণৰ কিয়দাংশ অসম্পাদিত ৰূপত উল্লেখ কৰা…

কল্পজ্যোতি শইকীয়া · May 24, 2021 3:52 pm
অসম

কোন সঁচা কোন মিছা? জামগুৰিহাটত উচ্ছেদক লৈ মুখ্যমন্ত্ৰী আৰু বিধায়ক পদ্ম হাজৰিকাৰ ভিন্ন মত!

কোভিডসৃষ্ট পৰিস্থিতিৰ মাজতে জামগুৰিহাটৰ একাংশ লোকক উচ্ছেদ কৰাক লৈ ইতিমধ্যে আৰম্ভ হ’ল ৰাজনীতি। এই উচ্ছেদৰ পাছৰ সময়ছোৱাত দুটা মত দেখিবলৈ পোৱা গৈছে।…

কল্পজ্যোতি শইকীয়া · May 23, 2021 8:40 pm
অসম

মহানগৰীত যানজঁট নাইকিয়া কৰিবৰ বাবে বিশেষ পদক্ষেপ যান-বাহন আৰক্ষীৰ : কি এই পদক্ষেপ?

কংক্ৰিটৰ মহানগৰীত যানজঁটৰ সমস্যা নতুন কথা নহয়। ব্যস্ত মহানগৰবাসীয়ে প্ৰতিদিনে তীব্ৰ যানজঁটৰ সমস্যাত ভুগি আহিছে তথা যান-বাহন আৰক্ষীয়ে যানজঁট নিয়ন্ত্ৰণৰ বাবে বিভিন্ন…

কল্পজ্যোতি শইকীয়া · May 23, 2021 7:55 pm
অসম

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিজকে যোগ্য সজাই হাইকামাণ্ডলৈ পত্ৰ লিখিলে ৰূপজ্যোতি কুৰ্মীয়ে

প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদটোক লৈ বিভিন্ন সময়ত নেতৃত্বকেন্দ্ৰিক সংঘাত বা খোৱা-কামোৰা নতুন কথা নহয়। এইবাৰ আকৌ মৰিয়নী সমষ্টিৰ চাৰিবাৰকৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে…

কল্পজ্যোতি শইকীয়া · May 22, 2021 2:48 pm