NORTHEAST NOW (Assamese)

Author: কল্পজ্যোতি শইকীয়া

অসম

নাছিল কোনো অন্য ৰোগ! কোভিডে প্ৰাণ কাঢ়িলে NEWS18 ASSAM & NE ৰ ২৭ বছৰীয়া সংবাদকৰ্মীৰ

অসমৰ সংবাদ ক্ষেত্ৰলৈ পুনৰ এক দুঃখবৰ আহি পৰিছে। মাৰাত্মক কোভিড-১৯য়ে প্ৰাণ কাঢ়িলে NEWS18 ASSAM & NE ৰ সংবাদকৰ্মী মনোজ কলিতাই। মৃত্যুৰ সময়ত…

কল্পজ্যোতি শইকীয়া · May 7, 2021 6:59 pm
অসম

৫ দিনৰ পাছত পাহাৰৰ পৰা নামিল মুখ্যমন্ত্ৰী সোণোৱাল; কেতিয়া ল’ব পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ চুড়ান্ত সিদ্ধান্ত?

ফলাফল ঘোষণা হোৱাৰ ৫ দিনৰ পাছত অৰ্থ্যাৎ যোৱা ২ মে’ৰ পৰা আজি পোনপ্ৰথমবাৰলৈ খাৰঘুলিৰ পাহাৰস্থিত ব্ৰহ্মপুত্ৰ অতিথিশালাৰ পৰা নামি আহিল মুখ্যমন্ত্ৰী সৰ্বানন্দ…

কল্পজ্যোতি শইকীয়া · May 7, 2021 3:00 pm
অসম

হাতযোৰ কৰিছো, কন্যা সন্তান জন্ম নিদিব; কিয় আক্ষেপত জ্বলি উঠিছে অসম?

জীৱশ্ৰেষ্ঠ মানৱৰূপী দানৱৰ নিৰ্লজ কাণ্ডই পুনৰবাৰ কঁপাই গৈছে অসম। চুমিলা ৰংহাংপীৰ পাছতে গোগামুখৰ চাউলধোৱাত ১৭ টা নৰপিশাচৰ কামনাৰ বলি হ’ল দ্বীপশিখা শইকীয়া।…

কল্পজ্যোতি শইকীয়া · May 6, 2021 8:38 pm
অসম

ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ ক’ভিড-১৯ৰ পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ ক’ভিড-১৯ৰ পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে। বৈঠকত অসমৰ জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়সমূহৰ…

কল্পজ্যোতি শইকীয়া · May 6, 2021 6:31 pm
অসম

‘হিন্দু সাম্প্ৰদায়িকতাবাদক মুছলমান সাম্প্ৰদায়িকতাবাদৰ পিঠিত উঠি কেতিয়াও প্ৰতিহত কৰিব নোৱাৰে’-কংগ্ৰেছক কটাক্ষ লুৰীণৰ

জন্ম হৈ প্ৰথম নিৰ্বাচন খেলাৰ পাছত পৰাজয়বৰণ কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছে নিজৰ ভুলৰ বাবেই নিৰ্বাচনত পৰাস্ত হ’বলগীয়া হ’ল…

কল্পজ্যোতি শইকীয়া · May 6, 2021 5:12 pm
অসম

গুৱাহাটী প্ৰেছ ক্লাবত অব্যাহত থাকিব সাংবাদিকক কোভিড-১৯ৰ ভেকচিন প্ৰদান প্রক্রিয়া

বুধবাৰৰ পৰা আৰম্ভ হোৱা ১৮-৪৪ বছৰ বয়সৰ সাংবাদিকক কোভিড-১৯ৰ ভেকচিন প্ৰদান শিবিৰ অব্যাহত থাকিব গুৱাহাটী প্ৰেছ ক্লাবত। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল…

কল্পজ্যোতি শইকীয়া · May 5, 2021 9:03 pm
অসম

ক’ৰ’নাৰ হটস্পটত গুৱাহাটী মহানগৰ! বহু অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণাৰ লগতে বান্ধি দিয়া হ’ল নতুন নিৰ্দেশনা

কামৰূপ মহানগৰ জিলাত কোভিডৰ সংক্ৰমণ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। যোৱা ২৮ এপ্ৰিলৰ পৰা ৪ মে’লৈকে ৯০২১ গৰাকী লোক কামৰূপ মহানগৰ জিলাত ক’ৰ’নাত…

কল্পজ্যোতি শইকীয়া · May 5, 2021 6:55 pm
অসম

হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিলে অগপ বিধায়িকা ৰেণুপমা ৰাজখোৱাই

দক্ষ তথা প্ৰতাপী মন্ত্ৰী হিচাপে সুদীৰ্ঘ কাল কাম কৰি অহা ড০ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিলে টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই।…

কল্পজ্যোতি শইকীয়া · May 5, 2021 4:36 pm
অসম

সংখ্যালঘু অধ্যুষিত এলেকাত বিজেপিয়ে ভোট নোপোৱাৰ বাবেই ভংগ কৰিলে সংখ্যালঘু মৰ্চা!

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মতে সংখ্যালঘু অধ্যুষিত অঞ্চলত  বিজেপিয়ে অতিকৈ নিম্নস্তৰৰ প্ৰদৰ্শন কৰিলে। অৰ্থ্যাৎ সংখ্যালঘু অধ্যুষিত এলেকাত ধৰ্মীয় সংখ্যালঘুৰ ভোট প্ৰায়…

কল্পজ্যোতি শইকীয়া · May 5, 2021 3:35 pm
অসম

‘ৰাইজৰ দলৰ বাবে নহয়, দুৰ্বল ৰণনীতিৰ বাবেই পৰাজিত হৈছে কংগ্ৰেছ’; ভাস্ক’ ডি শইকীয়া

মহাজোটৰ পৰাজয়ৰ কাৰণ ৰাইজৰ দল নহয় বুলি এক সংবাদমেল যোগে দাবী কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই। কংগ্ৰেছ দলৰ জাতীয়তাবাদী…

কল্পজ্যোতি শইকীয়া · May 4, 2021 7:53 pm