Author: কল্পজ্যোতি শইকীয়া
কৰোনাৰ আতংক! : বাতিল কৰা হ’ল ঐতিহ্যসম্পন্ন বেলতলা বহাগী উৎসৱ
কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বেলতলা বহাগী উৎসৱ বাতিল কৰা হৈছে। এক সংবাদ মেল যোগে এই কথা জনাইছে বেলতলা বহাগী উৎসৱ সমিতিয়ে।…
হৰ্ছ ট্ৰেডিঙৰ নাটকৰ যৱনিকা! অসম পালেহি ২০ কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী
হৰ্ছ ট্ৰেডিঙৰ আশংকাৰে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতেই আজি অসমলৈ বুলি উভটি আহিল কংগ্ৰেছ মহাজোটৰ ২০ প্ৰাৰ্থী। বিয়লি প্ৰায় ৩ বজাত…
বিহু কমিটিৰ বিৰুদ্ধে গোচৰ তৰাৰ ভাবুকি নিৰ্বাচনত হাজাৰ হাজাৰ জনতাক পিছত ঘূৰাই ফুৰা মন্ত্ৰী হিমন্তৰ
নিৰ্বাচনৰ সময়ত হাজাৰ হাজাৰ জনতাক সমবেত কৰাৰ লগতে নিজৰ পিছে পিছে দৌৰাই ফুৰা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকী নিৰ্বাচন শেষ হোৱাৰ পিছতে কোভিড প্ৰটক’ল…
এইবোৰ কাৰকে কাম কৰিলেই চতিয়াত এইবাৰ নুফুলে ‘পদ্ম’
চতিয়া সমষ্টিৰ ‘জনপ্ৰিয়’ বিজেপি বিধায়ক পদ্ম হাজৰিকালৈ বিজয়ৰ ক্ষেত্ৰত এইবাৰ নামি আহিছে বহু প্ৰত্যাহ্বান। হাজৰিকাৰ সন্মুখত এইবাৰ বহুকেইটা কাৰক প্ৰত্যাহ্বান হিচাপে থিয়…
ফাঁচী বজাৰৰ জেইল ৰোডত পৌৰ নিগমৰ অভিযান; জাননী নিদিয়াকৈ উচ্ছেদৰ অভিযোগ ব্যৱসায়ীৰ
সোমবাৰে পুৱা হঠাতে ফাঁচী বজাৰৰ জেইল ৰোডৰ ফলমূলৰ ব্যৱসায়ৰ দোকানসমূহত পৌৰ নিগমে JCB ৰে উচ্ছেদ অভিযান চলায়। ইপিনে, জাননী নিদিয়াকৈ এই উচ্ছেদ…
অসমতে আছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী; হিমন্ত কংগ্ৰেছলৈ আহে বুলিহে ভয় একাংশ কংগ্ৰেছীৰ
হৰ্ছ ট্ৰেডিঙৰ ভয়ত অসম এৰি কংগ্ৰেছ মহাজোঁটৰ সকলো প্ৰাৰ্থীকে আৰব বা ৰাজস্থানৰ জয়পুৰলৈ নিয়া হৈছে বুলি চৰ্চা চলি আছিল যদিও কেৱল এআইয়ুডিএফৰ…
নিৰ্বাচন গ’ল! অধিক চিৰিয়াছ হৈ পৰিল স্বাস্থ্যমন্ত্ৰী আৰু বিহু পালন কৰাত বান্ধি দিলে এইবোৰ নিয়ম
ৰাজ্যত তিনিটা পৰ্য্যায়ৰ নিৰ্বাচনৰ অন্ত পৰিল। ৰাজনৈতিক দলসমূহে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত সভা-সমিতি অনুষ্ঠিত কৰিলে। নিৰ্বাচনী প্ৰচাৰৰ ধুম-খুমীয়াত ক’ৰ’নাৰ কথা পাহৰি পেলাইছিল…
জুবিন-পাপনৰ লগতে আৰু কোন কোন হেভিৱেইট শিল্পীয়ে বিহু মঞ্চত ল’ব লাখ লাখ টকাৰ মাননি?
ক’ৰ’ণাৰ ত্ৰাসৰ মাজতে কুলীৰ মিঠা মাত, ঢোল-পেঁপা গগনাই ৰজন-জনাই উঠিব চৌদিশ। ঢুলীয়াৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই নাচিব নাচনীয়ে। আঁহতৰ তলৰ বিহু চোৱাৰ…
সংখ্যালঘু অধ্যুষিত এলেকাত অভাৱনীয় হাৰত ভোটদানৰ হাৰ বৃদ্ধিয়ে সূচাইছে কি?
অসমত ইতিমধ্যে তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰিছে। কিন্তু বৰ্তমানলৈকে সঠিক ভোটদানৰ হাৰ প্ৰকাশ পোৱা নাই যদিও বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে তৃতীয়…
ৰাম নৌপজতেই ৰামায়ণ! ভোটদান কৰিবলৈ আহি মন্ত্ৰিত্বৰ দাবীৰ কথা দোহাৰিলে বিধায়ক অতুল বৰাই
আজি অসম বিধানসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ৪০টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ আন সমষ্টিৰ লগতে দিছপুৰ সমষ্টিতো পুৱা ৭ বজাৰ পৰা বিভিন্ন…