Author: কল্পজ্যোতি শইকীয়া
কংগ্ৰেছ এৰি বিজেপিলৈ অজন্তা আৰু ৰ’জলীনা! : বিজেপিয়ে চলাইছে সঘনাই যোগাযোগ
বিজেপিত শীঘ্ৰেই যোগদান কৰিব নেকি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা গোলাঘাটৰ বিধায়ক অজন্তা নেওগ আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক ৰ’জলিনা তিৰ্কীয়ে? এই চৰ্চাই এতিয়া…
বিজেপিৰ মন্ত্ৰী হিমন্ত, ৰণজিৎ দাসেৰে মিটিঙ পাতি শলঠেকত কংগ্ৰেছী নেতা বিশ্বজিৎ ৰায়!
বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৈতে ৰাজনৈতিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ বাবে শলঠেকত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ…
ৰাজ্যত সাংবাদিকক পুনৰ আক্ৰমণ : এইবাৰ বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিকক
ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা। এইবাৰ একাংশ জুৱাৰীয়ে সাংবাদিকক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অসমীয়া প্ৰতিদিন কাকতৰ দক্ষিণ…
হিমন্তৰ আহ্বানৰ পাছতো গুৱাহাটীত বিক্ৰীৰ অনুমতি দিয়া নহ’ল ফটকা, জ্বলিল কেৱল চাকি-বন্তি
সেউজীয়া দীপাৱলী সেউজীয়া পৰিৱেশ। তাৰেই যেন এক পৰিবেশ দেখা গ’ল মহানগৰ গুৱাহাটীত। সেউজ ন্যায়াধীকৰণ আৰু ৰাজ্য চৰকাৰে আতচবাজিৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনাৰ বিপৰীতে…
কয়লা মাফিয়াৰে সংবাদ মাধ্যম, আৰক্ষী আৰু কংগ্ৰেছী নেত্ৰীৰ সঁচাকৈয়ে আছে নেকি সংযোগ?
২০২১ৰ বিধানসভা নিৰ্বাচনলৈ কেইটামান দিন বাকী থকাৰ মুহূৰ্ততে হোৱেটছএপৰ জৰিয়তে ভাইৰেল হৈছিল এখন ‘গোপনীয়’ পত্ৰ। যি পত্ৰত স্পষ্ট হৈ পৰিছিল কয়লা মাফিয়াৰে…
অকলে কোনো ৰাজনৈতিক দলে বিজেপিক পৰাজিত কৰিব নোৱাৰে : স্বীকাৰ অজিত ভূঞাৰ
‘অসমত এনে কোনো ৰাজনৈতিক দল আৰু শক্তি নাই যিয়ে ৪ মাহ যুঁজ দি অকলে বিজেপিক পৰাস্ত কৰিব পাৰিব,‘ শুকুৰবাৰে গুৱাহাটীত সম্বোধন কৰা…
হঠাৎ হিমন্তৰ প্ৰশংসাত পঞ্চমুখ সাংসদ অজিত ভূঞা; কিন্তু কিয়?
হঠাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে ওপচাই পেলালে ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। শুকুৰবাৰে গুৱাহাটীৰ বৰা চাৰ্ভিছস্থিত আঞ্চলিক গণ মৰ্চাৰ কাৰ্য্যালয়ত…
ICU ত থাকিও সংবাদমেল সম্বোধন কৰাৰ প্ৰৱল ইচ্ছা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ
প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ অৱস্থা বৰ্তমান কেনে আছে? সেই বিষয়ে সকলোৱে জানিবলৈ নিশ্চয়কৈ ইচ্ছুক হৈ আছে। সেয়েহে আজি তৰুণ গগৈৰ সৈতে…
আছুৰ সভাপতি-সাধাৰণ সম্পাদকৰ বিৰুদ্ধে এক কোটি টকাৰ মানহানি গোচৰ!
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে আদালতত এক কোটি টকাৰ মান হানি গোচৰ তৰিছে সদ্য…
‘টকা নাই বাবে আমি ডাঙৰ সভা পতা নাই, ঘৰে ঘৰে গৈছো, তথাপি আমি চৰকাৰ বনাম’ : নৱ শৰণীয়া
‘টকা নাই বাবে আমি ডাঙৰ সভা পতা নাই, মানুহৰ ঘৰে ঘৰে গৈছো, তথাপি আমি চৰকাৰ বনাম।‘ দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন…