Author: এন ই নাও নিউজ, গুৱাহাটী
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ! চিকিৎসকৰ লগতে প্ৰয়োজনীয় সা-সুবিধাৰ অভাৱ ৰাজ্যৰ গ্ৰাম্য স্বাস্থ্যসেৱাত
ৰাজ্যৰ স্বাস্থ্য খণ্ডক লৈ সততে প্ৰশ্ন উত্থাপন হৈ আহিছে। শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত এটি নৱজাতকৰ মৃত্যু হোৱা ঘটনাই…
দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ প্ৰতিবেদনত
সংবিধান সংশোধনী বিধেয়কক লৈ দেশজুৰি চলি থকা তীব্ৰ বিতৰ্কৰ মাজতে এক চাঞ্চল্যকৰ প্ৰতিবেদন পোহৰলৈ আহিছে। এই বিধেয়কত উল্লেখ আছে যে কোনো অপৰাধমূলক…
অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেন্দ্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক পত্ৰ প্ৰেৰণ কৰি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ সঠিকভাৱে মেৰামতি নহোৱালৈকে টোল সংগ্ৰহ…
বিজেপি শাসিত ওড়িশাত পুনৰ নাবালিকাক দলবদ্ধ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ৩ অভিযুক্ত
ওড়িশাৰ সম্বলপুৰত পুনৰ সংঘটিত হৈছে এটা লজ্জাজনক দলবদ্ধ ধৰ্ষণৰ ঘটনা। জুজুমুৰা থানাৰ অন্তৰ্গত এলেকাত এগৰাকী নাবালিকাক পাঁচজন যুৱকে অপহৰণ কৰি নিৰ্জন স্থানত…
সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ
সাংবাদিক কংকন বৰঠাকুৰৰ বিৰুদ্ধে ২০১৬ চনত দাখিল কৰা এফআইআৰ বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আদালতে ৰায়দানত কয় যে অবৈধ প্ৰব্ৰজন, ধৰ্মীয় মৌলবাদ,…
এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী
অসম চৰকাৰে চলাই থকা উচ্ছেদ অভিযানত সোমবাৰে বিশ্বনাথ জিলাৰ ৫৫ একৰ চৰকাৰী ভূমি মুকলি কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ছ’চিয়েল মিডিয়াত এই…
পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা
ভাৰত-চীনৰ মাজত পুনৰ সম্পৰ্ক উন্নত হোৱাৰ নতুন সম্ভাৱনা প্ৰকাশ পাইছে। প্ৰায় পাঁচ বছৰৰ অন্তৰালৰ পিছত দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ…
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ
ন্যায়পালিকা আৰু প্ৰশাসনৰ মাজৰ ব্যৱধান আৰু অধিক বৃদ্ধি পাইছে নেকি? ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে বিধেয়ক গৃহীত কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰি কেন্দ্ৰই পুনৰবাৰ ন্যায়পালিকাক…
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো
দেশৰ স্বাধীনতা দিৱসৰ পোষ্টাৰকলৈ বিৰোধীৰ প্ৰশ্ন, ‘পোষ্টাৰত কিয় শীৰ্ষত আছে সাৱৰকাৰ? মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু আৰু ভগত সিঙৰ মূৰত বিনায়ক…
ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক
এনচিইআৰটিৰ পাঠ্যপুথিক লৈ পুনৰ বিতৰ্ক সৃষ্টি হৈছে। অভিযোগ অনুসৰি, ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথিত ভাৰত বিভাজন আৰু পাকিস্তান সৃষ্টিৰ বাবে…