NORTHEAST NOW (Assamese)

Author: ময়ূখ গোস্বামী

অসম

মঙলদৈত আলতাফ মজিদৰ স্মৃতিত চুটি চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

মঙলদৈৰ এটা আগশাৰিৰ আৰ্থ-সামাজিক বেচৰকাৰী সংস্থা জিপছী গিল্ডে প্ৰয়াত আলতাফ মজিদৰ স্মৃতিত এখন চুটি চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰিব। চলচ্চিত্ৰ মহোৎসৱৰ সৈতে সংগতি…

ময়ূখ গোস্বামী · October 29, 2018 4:39 pm
অসম

বজাৰ ইণ্ডিয়াৰ শ্বপিং মলত তলা ওলমালে মঙলদৈ পৌৰসভাই

ব্যৱসায় প্ৰসাৰৰ বাবে মঙলদৈত মুকলি কৰা ‘বজাৰ ইণ্ডিয়া ফেমিলী’ নামৰ শ্বপিং মলটোৰ ব্যৱসায়িক গোষ্ঠীৱে পৌৰসভাৰ নীতি-নিয়মক অমান্য কৰি ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগত…

ময়ূখ গোস্বামী · October 25, 2018 9:17 am
অসম

বিজয় মাৰ্চেণ্ট ট্ৰফী : বিহাৰৰ বিৰুদ্ধে অসমৰ মূল্যৱান তিনি পইণ্ট

মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৬ অনূৰ্ধ্ব বিজয় মাৰ্চেণ্ট ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ অসম আৰু বিহাৰৰ মাজৰ মেচখন মঙলবাৰে ড্ৰ ৰূপে সমাপ্ত হয়। দেওবাৰৰ…

ময়ূখ গোস্বামী · October 24, 2018 11:20 am
অসম

অসম বনাম বিহাৰৰ ১৬ অনূৰ্ধৰ ভিএম ক্ৰিকেট টুৰ্নামেণ্টৰ বাবে প্ৰস্তুত মঙলদৈ ষ্টেডিয়াম

মঙলদৈ ক্ৰীড়া সংস্থাৰ অন্তৰ্গত মঙলদৈ ষ্টেডিয়ামখন অসম বনাম বিহাৰৰ ১৬ অনূৰ্ধৰ ভিএম ক্ৰিকেট টুৰ্নামেণ্টৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে। এই টুৰ্নামেণ্টখন বিচিচিআইৰ…

ময়ূখ গোস্বামী · October 19, 2018 7:13 pm
অসম

খাৰুপেটিয়াত আৰক্ষীৰ অভিযানত ৩৭৮টা বিলাতী সুৰাৰ বটল জব্দ; এজনক আটক

শাৰদীয় দুৰ্গোৎসৱৰ সময়ত কিছু অসাধু ব্যৱসায়ীয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলত অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া বেহা চলোৱা পৰিলক্ষিত হয়। তেনে এক বিলাতী সুৰাৰ অবৈধ…

ময়ূখ গোস্বামী · October 18, 2018 11:13 am
অসম

দৰং আৰক্ষীৰ অভিযানত বাইহাটা চাৰিআলিৰ পৰা গ্ৰেপ্তাৰ দুজন দুৰ্ধৰ্ষ চোৰ

দুৰ্গা পূজাৰ উছাহ উদ্দীপনাৰ মাজতে মঙলবাৰে দৰং আৰক্ষীৰ এটা দলে কামৰূপ(গ্ৰা)ৰ বাইহাটা চাৰিআলিত অভিযান চলাই দুজন দুৰ্ধৰ্ষ চোৰক আটক কৰিবলৈ সক্ষম হয়।…

ময়ূখ গোস্বামী · October 17, 2018 1:03 pm
অসম

বি টি এ ডি উন্নয়নৰ নামত পৰ্যাপ্ত অনুদান দিয়া নাই বিজেপিয়ে : জগদীশ সৰকাৰ

বিজেপিৰ ‘সবকা সাথ সবকা বিকাশ’ শ্লোগানৰ ওপৰত নিৰ্ভৰ কৰিয়ে বি পি এফে বিজেপিৰ সৈতে নিৰ্বাচনত মিত্ৰতা কৰিছিল। কিন্তু শাসনভাৰ দখল কৰাৰ দুবছৰ…

ময়ূখ গোস্বামী · October 14, 2018 9:33 pm
অসম

ওদালগুৰিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ চিআৰপিএফৰ

ওদালগুৰি জিলাৰ ৰৌতাত চিআৰপিএফে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ কৰিছে। দৰং আৰু ওদালগুৰিকে ধৰি নামনি অসমৰ বহু কেইখন জিলাত নিয়োজিত হৈ…

ময়ূখ গোস্বামী · October 12, 2018 3:51 pm
অসম

শ্ৰীমন্ত শংকৰদেৱ, নামঘৰক লৈ দৰঙৰ আদালতত কি ক’লে পতঞ্জলিৰ যোগগুৰু বৰালে?

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগতে অসমৰ বৈষ্ণৱ সমাজৰ ধৰ্ম চৰ্চা, ৰীতি-নীতি সন্দৰ্ভত পতঞ্জলিৰ যোগগুৰু সতীনাথ বৰালে কৰা মন্তব্য আছিল অজ্ঞতাজনিত। অজ্ঞতা স্বীকাৰ কৰি…

ময়ুখ গোস্বামী · October 11, 2018 7:06 pm