“অনলি ৱান ৱৰ্ল্ড”! অৰ্থাৎ— পৃথিৱী মাত্ৰ এখনেই! বিভিন্ন বিবৰ্তনৰ প্ৰক্ৰিয়াৰ মাজেৰে আহি আজিৰ অৱস্থা লাভ কৰা আমাৰ চিনাকি পৃথিৱীখন ধ্বংস হৈ গ’লে…