Author: এন ই নাও নিউজ
অসমত আৰু ১৮ ক’ভিড ৰোগীৰ মৃত্যু, চাৰিশৰ কাষত মুঠ মৃতকৰ সংখ্যা
আৰু ১৮গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৯৬লৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য…
সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যাৰে দেশৰ সপ্তম অসম
২৯,২০৬গৰাকী সক্ৰিয় ক’ভিড ৰোগীৰে বুধবাৰে দেশৰ সপ্তম স্থানত আছে অসম। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্যত এই কথা প্ৰকাশ পাইছে। ২,৪৩,৮০৯গৰাকী সক্ৰিয়…
অসমত এক লাখ অতিক্ৰম ক’ভিডৰ পৰা আৰোগ্য ব্যক্তিৰ সংখ্যাৰ
ক’ভিড১৯ৰ পৰা আৰোগ্য ব্যক্তিৰ সংখ্যাই অসমত মঙলবাৰে এক লাখৰ সীমা অতিক্ৰম কৰিছে। নতুনকৈ চিকিৎসালয় এৰা ২১৬৬গৰাকী ব্যক্তিৰ সৈতে অসমত ক’ভিডৰ পৰা আৰোগ্য…
অসমত ২৫৭৯ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.৪৮ শতাংশ
২৫৭৯গৰাকী ব্যক্তি অসমত মঙলবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.৪৮ শতাংশ। যোৱা ২৪ ঘণ্টাত ৩৪,৪৬২টা টেষ্টত এইসকল ব্যক্তিক…
অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩৭৮লৈ বৃদ্ধি
আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, মঙলবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৭৮লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— ওদালগুৰিৰ আজিজুৰ ৰহমান…
জৰাজীৰ্ণ পথৰ বিৰুদ্ধে কলিয়াবৰত পৃথকে পৃথকে কংগ্ৰেছৰ প্ৰতিবাদ
কংগ্ৰেছে জৰাজীৰ্ণ পথৰ বিৰুদ্ধে কলিয়াবৰত মঙলবাৰে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কলিয়াবৰৰ মিছাৰ পৰা আমনিলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপে দুৰ্ভোগ ভোগাই…
অসমত ১৫৩৭ নতুন ক’ভিড পজিটিভ, আৰোগ্য ১৭৬৩
১৫৩৭গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ১৭৬৩গৰাকীয়ে আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৬.৫৮ শতাংশ।…
অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩৬০লৈ বৃদ্ধি
আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মৃতকৰ সংখ্যা ৩৬০লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— শিৱসাগৰৰ শংকৰ শৰ্মা (৫৮)…
চামগুৰিত অবৈধ কাঠ ফলা মিল উৎখাত, গাড়ী জব্দ
বন বিভাগে অভিযান চলাই নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্ভুক্ত চামগুৰিৰ গেন্ধালিত অবৈধ কাঠ ফলা মিল উৎখাত কৰিছে। লগতে মিলৰ যন্ত্ৰাংশ…
টীয়ক কলিয়াপানী ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত শতাধিক যুৱক-যুৱতীৰ কংগ্ৰেছত যোগদান
যোৰহাট জিলাৰ টীয়ক কলিয়াপানী ব্লক যুৱ কংগ্ৰেছৰ উদ্যোগত টীয়কস্থিত কলিয়াপানী ব্লক কংগ্ৰেছ ভৱনত শতাধিক যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাৱে আজি কংগ্ৰেছ দলত যোগদান কৰে| অসম…