Author: এন ই নাও নিউজ
অসমত ২৩৪৩ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ২৮,৫০৭
২৩৪৩গৰাকী ব্যক্তিয়ে অসমত শনিবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে। এইসকলক ধৰি অসমত এতিয়ালৈকে ৯৫,০৬০গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে। অসমত…
অসমত ২৬৯৮ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.৬৭ শতাংশলৈ বৃদ্ধি
২৬৯৮গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৭.৬৭ শতাংশলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে এই হাৰ আছিল ৭.৩৪ শতাংশ।…
অসমত আৰু সাত ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩৫২লৈ বৃদ্ধি
আৰু সাতগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মৃতকৰ সংখ্যা ৩৫২লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— কামৰূপ মহানগৰৰ ৰাজেন কাকতি…
টীয়কত যোৰহাট জিলা প্ৰশাসন, শিক্ষা বিভাগৰ উদ্যোগত শিক্ষক দিৱস উদযাপন
যোৰহাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগে টীয়কত শিক্ষক দিৱস উদযাপন কৰে। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান চিন্তাবিদ ভাৰত ৰত্ন ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন…
সুশান্ত সিং ৰাজপুতৰ মৃত্যু: ৰিয়া চক্ৰবৰ্তীৰ ভায়েক শৌৱিকক গ্ৰেপ্তাৰ
নাৰ্ক’টিকছ কণ্ট্ৰল ব্যুৰ’ই ড্ৰাগছজনিত অভিযোগত ৰিয়া চক্ৰবৰ্তীৰ ভায়েক শৌৱিক আৰু সুশান্ত সিং ৰাজপুতৰ হাউছকিপিং মেনেজাৰ চেমুৱেল মিৰাণ্ডাক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিছে। অভিনেতা সুশান্ত…
অসমত আৰু ১৫ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩৪৫লৈ বৃদ্ধি
আৰু ১৫গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শুকুৰবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৪৫লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— তিনিচুকীয়াৰ যতীন বৰা…
মাৰ্ঘেৰিটাৰ জ্যেষ্ঠ সাংবাদিক গকুল শৰ্মাৰ দেহাৱসান
অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট কবি, সাহিত্যিক, ক্ৰীড়া সংগঠক গকুল শৰ্মা (৭৮)ৰ শুকুৰবাৰে ডিব্ৰুগড়স্থ এখন নাৰ্চিং হোমত দেহাৱসান ঘটে। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত…
NEET, JEE: বিৰোধীশাসিত ৰাজ্যৰ পুনৰীক্ষণৰ আবেদন নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ
ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে NEET, JEE সন্দৰ্ভত ই দিয়া পূৰ্বৰ ৰায়ৰ পুনৰীক্ষণৰ বাবে ছয় অবিজেপি শাসিত ৰাজ্যই জনোৱা পুনৰীক্ষণৰ আবেদন শুকুৰবাৰে নাকচ কৰিছে।…
গণককুছি সত্ৰৰ গুৰু আসন জ্বলোৱাত জৰিত দুৰ্বৃত্তক কঠোৰ শাস্তিৰ দাবী
সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে সম্প্ৰীতিৰ মিলনভূমি নামনি অসমৰ বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত গণককুছি সত্ৰৰ শ্ৰীৰাম আতাৰ পবিত্ৰ ভিঠিৰ গুৰু আসন জ্বলাই দি…
অসমত ৩০৫৪ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.২৫%
৩০৫৪গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ যোৱা দুদিনতকৈ কিছু হ্ৰাস পাই ৬.২৫ শতাংশ হৈছে। বুধবাৰে এই…