NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

কৰ’নাভাইৰাছ: অন্ধ্ৰ প্ৰদেশৰ সাংসদে আগবঢ়াব ৪ কোটি টকাৰ বৰঙনি

অন্ধ্ৰ প্ৰদেশৰ সাংসদ ভি বালাচৌৰিয়ে কৰ’নাভাইৰাছৰ মোকাবিলা কৰাৰ বাবে সাংসদ পুঁজিৰ ৪ কোটি টকা আগবঢ়াব বুলি ঘোষণা কৰিছে। ৱাই এছ আৰ চি…

এন ই নাও নিউজ · March 25, 2020 10:14 pm
অসম

কামৰূপ জিলাত গেলামালৰ দোকান খোলাৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে

কামৰূপ জিলা (মেট্ৰ’ নহয়)ত লকডাউনৰ সময়ত গেলামালৰ দোকানসমূহ খোলাৰ সময়সীমা বান্ধি দিছে জিলা প্ৰশাসনে। লকডাউনৰ সময়ত দিনৰ ১০ বজাৰ পৰা ১ বজালৈকে…

এন ই নাও নিউজ · March 25, 2020 9:45 pm
অসম

কৰ’নাভাইৰাছ: শিলচৰৰ এটা এপাৰ্টমেণ্টৰ আৱাসীসকলক আবদ্ধ কৰা হৈছে

শিলচৰৰ এটা এপাৰ্টমেণ্টৰ আৱাসীসকলক কৰ’নাভাইৰাছ আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ বাবে সুৰক্ষামূলক পদক্ষেপ হিচাপে ঘৰতে আবদ্ধ কৰা হৈছে। স্বাস্থ্য বিষয়াসকলে নিশ্চিত কৰা নাই যদিও…

এন ই নাও নিউজ · March 25, 2020 9:07 pm
অসম

কৰ’নাভাইৰাছ: একগোট শাসক-বিৰোধী, অসমৰ সকলো বিধায়কে দিব এমাহৰ দৰমহা

মহামাৰী কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাত চৰকাৰক সহায় কৰাৰ বাবে অসমৰ সকলো বিধায়কে এমাহৰ দৰমহা আগবঢ়াব। অসম বিধান সভাৰ সদস্যসকলে মঙলবাৰে এই সিদ্ধান্ত গ্ৰহণ…

এন ই নাও নিউজ · March 25, 2020 8:18 pm
অসম

কৰ’নাভাইৰাছৰ প্ৰতিষেধক উলিওৱাৰ চেষ্টা আই আই টি গুৱাহাটীৰ গৱেষকৰ

বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’নাভাইৰাছৰ প্ৰতিষেধক উলিওৱাৰ বাবে আই আই টি গুৱাহাটীৰ এদল গৱেষকে চেষ্টা কৰি আছে। তাৰোপৰি বিভিন্ন ভাইৰাছ আৰু…

এন ই নাও নিউজ · March 25, 2020 6:27 pm
অসম

দেশত কৰ’নাভাইৰাছ আক্ৰান্ত ৫৬২লৈ বৃদ্ধি; কেৰালাত সৰ্বাধিক, উ-পূ.ত দুই

দেশত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৬২ গৰাকীলৈ বৃদ্ধি পাইছে। উত্তৰ-পূবৰ মণিপুৰ আৰু মিজোৰামত এগৰাকীকৈ কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। অসমত এতিয়ালৈকে কোনো আক্ৰান্ত হোৱাৰ…

এন ই নাও নিউজ · March 25, 2020 5:07 pm
অসম

পৃথিৱী ধ্বংস হ’ব বুলি কৈ নৱজাতকৰ মৃত্যু, চ’চিয়েল মিডিয়াত ফে’ক নিউজ

কৰ’নাভাইৰাছৰ আতংকৰ মাজতে চ’চিয়েল মিডিয়াত বিভিন্ন উৰাবাতৰি বিয়পি ফুৰা দেখা গৈছে। এনে এটা ফে’ক নিউজ নৰ্থইষ্ট নাওৰ দৃষ্টিগোচৰ হৈছে। কোৱা হৈছে— ছয়গাঁৱত…

এন ই নাও নিউজ · March 24, 2020 11:55 pm
অসম

কৰ’নাভাইৰাছ সম্পৰ্কীয় হেল্পলাইন নম্বৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে মহামাৰীৰ কৰ’নাভাইৰাছ সম্পৰ্কীয় কিছু হেল্পলাইন নম্বৰ মুকলি কৰিছে। সমগ্ৰ দেশৰ বাবে মুকলি কৰা হেল্পলাইন নম্বৰটো হৈছে +91-11-23978046…

এন ই নাও নিউজ · March 24, 2020 10:26 pm
অসম

জিঅ’ৰ নতুন “ৱৰ্ক ফ্ৰম হ’ম” প্লেনত কি সুবিধা আছে

কৰ’নাভাইৰাছৰ বাবে সমগ্ৰ ভাৰততে লকডাউন ঘোষণা কৰাৰ মাজতে জিঅ’ই এক “ৱৰ্ক ফ্ৰম হ’ম” প্লেন মুকলি কৰিছে। ২৫১ টকাৰ এই প্লেনটোৱে ৫১ দিনৰ…

এন ই নাও নিউজ · March 24, 2020 9:47 pm
অসম

কৰ’নাভাইৰাছৰ মোকাবিলাৰ বাবে ১৫০০০ কোটি টকা আবণ্টন কেন্দ্ৰৰ

কৰ’নাভাইৰাছৰ মহামাৰী মোকাবিলা কৰাৰ বাবে কেন্দ্ৰই ১৫০০০ কোটি টকা আবণ্টন কৰিছে। কৰ’নাভাইৰাছ টেষ্টিং ব্যৱস্থা, সুৰক্ষাদায়ী পোচাক, আই চি ইউ, ভেণ্টিলেটৰ আৰু চিকিৎসা…

এন ই নাও নিউজ · March 24, 2020 9:24 pm