অসম ভয়াবহ প্ৰদূষণৰ কবলত ধনশিৰি নদী : ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু
পল্লৱ হাজৰিকা, বোকাখাত : নুমলীগড় শোধনাগাৰে প্ৰায় জন্মলগ্নৰে পৰা সমিপৰ ধনশিৰি নদীক ব্যাপক ভাৱে প্ৰদূষিত কৰি আহিছে। বিগত সময়চোৱাত এই সন্দৰ্ভত নুমলীগড়…
পল্লৱ হাজৰিকা · August 20, 2025 1:24 pm