Author: পৰেশ মালাকাৰ
গৌৰৱ গগৈঃ এগৰাকী নতুন ৰাজনৈতিক নেতাৰ আবিৰ্ভাব
আজিৰ পৰা বহু বছৰ আগৰ কথা। তেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ। অসমতো বিজেপি চৰকাৰ। ইতিমধ্যে সাংবিধানিক মূল্যবোধ ধূলিসাৎ কৰি বিজেপিয়ে দেশৰ গণতান্ত্ৰিক অনুষ্ঠান…
কুলদা কুমাৰ ভট্টাচাৰ্যঃ এগৰাকী শিল্পী আৰু নাগৰিক
কালি সন্ধিয়া কুলদা কুমাৰ ভট্টাচাৰ্যও গ’লগৈ। তাৰ আগেয়ে আমি হেৰুৱালোঁ অৱনী কুমাৰ বৰঠাকুৰ আৰু উপেন্দ্ৰনাথ শৰ্মাক। এতিয়া আমাৰ বয়সৰ মানুহে, সামাজিক ভূমিকাৰ…
পশ্চিম এছিয়া কিয় অশান্ত হৈ পৰিছে?
পশ্চিম এছিয়া এতিয়া পৃথিৱীৰ ভিতৰতে আটাইতকৈ অশান্ত দেশ হ’বলৈ গৈ আছে।পশ্চিম এছিয়া মানে ইজৰাইল, পেলেষ্টাইন, লেবানন, জৰ্দান, ছিৰিয়া, ইৰাক, ইৰাণ, চৌদি আৰব…
গুৱাহাটীত ঐতিহাসিক ৰুদ্ৰাংশু মুখাৰ্জীৰ এটা স্মৰণীয় বক্তৃতা
ঐতিহাসিক ৰুদ্ৰাংশু মুখাৰ্জীয়ে ২৮ চেপ্তেম্বৰৰ দিনা গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত দিয়া ব্ৰজমোহন শৰ্মা স্মাৰক বক্তৃতাটো এটা অসাধাৰণ বক্তৃতা আছিল। বক্তৃতাৰ বিষয় আছিল ‘Arguments…
জাতীয়তাবাদ কিয় এতিয়াও গুৰুত্বপূৰ্ণ ? বহল অৰ্থত জাতীয়তাবাদ কি?
আজি কেইদিনমান আগতে প্ৰাসংগিক প্ৰশ্নত অসমীয়া জাতীয়তাবাদ কেনেকৈ ব্যৰ্থ হৈছে সেই বিষয়ে আলোচনা কৰিছিলোঁ।আজি আকৌ জাতীয়তাবাদৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ।কিন্তু কেৱল অসমীয়া…
সচাঁকৈয়ে দেশদ্ৰোহী নে ওমৰ খালিদ? বিনা বিচাৰে জেলত কটালে চাৰিবছৰ!
এইটো আমাৰ দেশৰ কি ব্যৱস্থা? ওমাৰ খলিদে কালি বিনা বিচাৰে জেলত চাৰি বছৰ অতিবাহিত কৰিলে। ওমৰ খালিদৰ অপৰাধ কি? ওমাৰ খালিদক চাৰি…
এজন মুখ্যমন্ত্ৰীৰ এনে আচৰণ ভদ্ৰ সমাজৰ বাবে গ্ৰহণযোগ্য হয়নে?
অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কালি কি ক’লে, কি কৰিলে? এগৰাকী সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল যে যি সময়ত পাহাৰ কাটি বিশ্ববিদ্যালয় সজাৰ বাবে…
নিযুক্তিৰ ৰাজনীতিকৰণ কৰিব বিচাৰিও কিয় থমকিল নৰেন্দ্ৰ মোদী?
বিজেপি চৰকাৰৰ আটাইতকৈ বিপজ্জনক কথাটো কি? তেওঁলোকে সকলো কথা কেৱল তেওঁলোকৰ দৃষ্টিভংগীৰে চায়।তেওঁলোকৰ পথৰ বাহিৰে যে অন্য কিবা পথ থাকিব পাৰে, কিবা…
হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে কেনেকৈ সম্পত্তিৰ পাহাৰ গঢ়িলে? বিচাৰ হ’ব লাগিব!
এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰাজহুৱা আচৰণ আৰু কথা-বতৰা সংবিধানৰ গণ্ডিৰ ভিতৰত থাকিব লাগে।সেইবোৰ সামাজিক আৰু শালীন হ’ব লাগে।কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সেইবোৰ…
আদানীৰ বিৰুদ্ধে অনুসন্ধান নকৰাৰ কাৰণ ফাদিল!
আকৌ হিণ্ডেনবাৰ্গ প্ৰতিবেদন ওলাইছে। এই প্ৰতিবেদনে নতুন বিতৰ্কৰ জন্ম দিছে।আমাৰ সকলোৰে মনত আছে ২০২৩ চনৰ জানুৱাৰী মাহত Hindenburg Researchৰ প্ৰতিবেদনে দেশত কেনে…