Author: পৰেশ মালাকাৰ
বাংলাদেশৰ ছাত্ৰ আন্দোলনঃ সঁচাকৈ এক গণ অভ্যুত্থান নেকি?
কালি বাংলাদেশত এখন অন্তৰ্ৱতী চৰকাৰে শপথ লৈছে।এই মুহূৰ্তত বাংলাদেশৰ বিষয়ে চিন্তা কৰিলে তিনিটা কথা আমাৰ মনলৈ আহে।প্ৰথম, ১৫ বছৰীয়া শেখ হাচিনাৰ চৰকাৰ,…
সদায় Live অহা মুখ্যমন্ত্ৰীয়ে বানপানীত বিপদত পৰা মানুহক মাত এষাৰ নিদিলে কিয়?
এইবোৰ দৃশ্য চাওক। দেখিছে গুৱাহাটীৰ মানুহৰ কি বিলৈ হৈছিল? ৰাতিপুৱা অফিচলৈ গৈ মই দুপৰীয়া দুই বজাত ভাত খাবলৈ ঘৰলৈ আহোঁ।ভাত খাই উঠি…
অৱনী বৰঠাকুৰলৈ মোৰ এটি শ্ৰদ্ধাঞ্জলি!
তেইছ জুলাইৰ দিনা অৱনী বৰঠাকুৰ খুৰা গ’ল গৈ। যোৱা এবছৰমান তেখেতৰ গাটো ভাল নাছিল।এইবাৰ তেখেতক চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত মই আছিলোঁ দেশৰ…
ভয়ংকৰ ভূমিস্খলন! বহনক্ষম উন্নয়নৰ কথা নাভাবি জধে-মধে কৰা উন্নয়নৰ ফল পালে ৱায়নাডে!
যোৱা ২৯ জুলাইৰ,২০২৪ৰ দিনা হোৱা এক অস্বাভাবিক অতিৰিক্ত বৰষুণৰ (extraordinary excess ) ফলত তাৰ পিছদিনা পুৱা দুই বজাত আৰু চাৰি বজাত হোৱা…
অসমৰ বানপানী
আজি কেইদিনমান আগতে ‘অসমীয়া প্ৰতিদিন’ৰ প্ৰথম পৃষ্ঠাত এটা খবৰ ওলাইছিল। মাজুলীলৈ যোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল-‘মাজুলী সুৰক্ষাৰ সকলো ব্যৱস্থা ল’ব চৰকাৰে।’ এই বাক্যটোৰ…
গুৱাহাটীৰ শিশুটিৰ বাবে ১০০ শতাংশই দায়ী, চৰকাৰ-বিভাগ আৰু আমি নিজে!
অবিনাশ হেৰাই গ’ল! আৰু কিমানৰ বাবে কাল হৈ পৰিব মহানগৰীৰ উন্মুক্ত নলা! মুখ্যমন্ত্ৰী মহোদয়! আৰু কিমানৰ বাবে উন্মুক্ত নলাসমূহ মৰণফান্দ হ’ব! অবিনাশ…
সংসদত বিৰোধীৰ ভূমিকাই গণতন্ত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে
অষ্টাদশ লোকসভা গঠন হোৱাৰ পিছত সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে যোৱা ২৭ জুনৰ দিনা দিয়া ভাষণ সন্দৰ্ভত হোৱা বিতৰ্কৰ কালি সামৰণি…
গণতান্ত্ৰিক অনুষ্ঠান, প্ৰতিষ্ঠানৰ স্বতন্ত্ৰতা কোনে ৰক্ষা কৰিব?
বৃহৎ অফিছ, চিকচিকিয়া চৌহদ, অলেখ কৰ্মচাৰী, ধুনীয়া গাড়ী, মানে সকলো ফালে এক চমৎকাৰ পৰিবেশ! মই কাৰ কথা কৈছোঁ? আমাৰ অনুষ্ঠান- প্ৰতিষ্ঠানবোৰৰ কথা…
গৌৰৱ গগৈ বিজেপিৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান!
আচৰণ,ব্যৱহাৰ আৰু জ্ঞান গৰিমাৰে গৌৰৱ গগৈ কি এক আকৰ্ষণীয় ৰাজনৈতিক ব্যক্তিত্ব! গৌৰৱ গগৈ ২০১৪ আৰু ২০১৯ চনত দুবাৰকৈ কলিয়াবৰ সমষ্টিৰ পৰা লোক…
সকলোৱে আত্মসন্তুষ্টিত থাকিলে বিজেপি আকৌ খোপনি পুতি নিজৰ বিস্তাৰ কৰিব!
গণতন্ত্ৰৰ আৰম্ভণি ক’ত? যুক্তি, এক সমালোচনাত্মক দৃষ্টিভংগী, আৰু ন্যায়ত। নিজৰ মাজত এই প্ৰশ্ন কেইটাৰ উদয় নহ’লে কোনো ব্যক্তিয়ে নিজকে এজন গণতান্ত্ৰিক ব্যক্তি…