Author: এন ই নাও নিউজ
চি বি এছ চিৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা
বিগত কেইদিনমান ধৰি চলি থকা অনশ্চিয়তা আৰু গুজৱৰ অন্ত পেলাই অৱশেষত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছচি) সোমবাৰে দুপৰীয়াৰ ভাগত দশম শ্ৰেণীৰ পৰীক্ষাৰ…
বিধানসভাৰ প্ৰাক্তন অধ্যক্ষৰ চিকিৎসাৰ দায়িত্ব ল’লে ৰাজ্য চৰকাৰে
অসম চৰকাৰে বিগত কিছুদিনৰ পৰা অসুস্থ হৈ পৰা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান মহম্মদৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিছে। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ…
মোদীৰ পাঁচ বছৰীয়া শাসনকালক ‘অত্যন্ত পীড়াদায়ক তথা ধ্বংসাত্মক’ আখ্যা মনমোহন সিঙৰ
প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে দেওবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচ বছৰীয়া কৰ্যকালটোক ‘’অত্যন্ত পীড়াদায়ক তথা ধ্বংসাত্মক’’ বুলি অভিহিত কৰিছে। ড০…
‘ফেনি’ৰ আতংক গ’ল যদিও এতিয়াও উভতি নহা ৰাজ্যৰ তীৰ্থযাত্ৰীক লৈ চিন্তিত পৰিয়াল
উৰিষ্যাত বিধ্বংসী ‘ফেনি’ৰ সন্ত্ৰাস চলি থকাৰ মাজতে ৰাজ্যখনত ভ্ৰমণৰ বাবে গৈ আৱদ্ধ হৈ অসমৰ তীৰ্থযাত্ৰীসকলক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহম কৰিছে।…
আৰক্ষীলৈ গুলী : ৰয়িঙত দুজন প্ৰাক্তন এন ডি এফ বি সদস্যসহ আঠজন ডকাইত গ্ৰেপ্তাৰ
তিনিচুকীয়া জিলাৰ সীমামূৰীয়া অৰুণাচল প্ৰদেশৰ ল’ৱাৰ ডিবাং ভেলী জিলাৰ ৰয়িঙত অৰুণাচল আৰক্ষীয়ে শনিবাৰে এন ডি এফ বিৰ দুজন প্ৰাক্তন সদস্যসহ সৰ্বমুঠ ৮…
কাৰ্বি আংলঙত সেনাৰ হাতত আটক দুজন ডিএনএলএৰ সদস্য
ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ এটা দলে অসম আৰক্ষীৰ সৈতে এক যৌথ অভিযানত কাৰ্বি আংলঙত ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মি (ডিএনএলএ)ৰ দুজন সদস্যক…
গোলাঘাট জিমখানাত জুবিনক দুৰ্ব্যৱহাৰ : কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ গৰিহণা
গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহি জুবিন গাৰ্গে গোলাঘাট জিমখানা ৰিজৰ্ট কৰ্তৃপক্ষৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা ঘটনাকলৈ গোলাঘাটত এতিয়া তীব্র…
আইপিএলত অৰ্ধশতক কৰা কনিষ্ঠতম খেলুৱৈ হিচাপে ৰিয়ান পৰাগৰ অভিলেখ
ৰাজস্থান ৰয়েলছৰ হৈ খেলা অসমৰ ৰিয়ান পৰাগে শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এখন খেলত আইপিএলত অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কনিষ্ঠতম খেলুৱৈ হিচাপে অভিলেখ…
১৫ মে’ত ঘোষণা কৰা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল
অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা)ৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা ১৫ মে’ত ঘোষণা কৰা হ’ব। ছেবাই আজি ঘোষণা কৰিছে যে…
ঘূৰ্ণী বতাহ ‘ফেনি’ৰ বাবে উত্তৰ পূৰ্বাঞ্চলত বাতিল কৰা হৈছে ৭৯ খন বিমানৰ উৰণ
ঘূৰ্ণী বতাহ ‘ফেনি’ৰ বিধ্বংসী প্ৰভাৱৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক বিমানবন্দৰসমূহত বিমানৰ যাত্ৰা ব্যাহত হৈ পৰিছে। ভাৰতীয় বিমান প্ৰাধিকৰণৰ বিষয়াই এই কথা জানিবলৈ…