Author: ৰাজেন শৰ্মা
ভাৰতীয় সংগীত জগতৰ একমেব অদ্বিতীয়ম শিল্পীগৰাকী! সুধাকণ্ঠৰ ওপজা দিনত একাঁজলি শ্ৰদ্ধাঞ্জলি
নিজৰ অনন্য সুৰ, কণ্ঠ, সংগীত তথা কথাৰে বিশ্বৰ সংগীত জগতক মুগ্ধ কৰি তোলা অসমীয়াৰ অনুপ্ৰেৰণাৰ উৎস ভূপেন হাজৰিকাৰ পৰিচয় বিশ্বজনীন। মানুহৰ হৃদয়ত…
মংগল গ্ৰহত কি ঘটিছে? বিজ্ঞানীসকলে পাইছে ভয়ংকৰ তথ্য; কেনেকৈ হ’ল এইবোৰ বৃহৎ গহ্বৰ?
যোৱা কেইটামান দশক ধৰি বিজ্ঞানীসকলে “ৰঙা গ্ৰহ” নামেৰে জনাজাত মংগল গ্ৰহৰ ৰহস্য সমাধানত ব্যস্ত হৈ আছে। ইফালে এইবাৰ এটা ডাঙৰ আপডেট পোহৰলৈ…
আজি হীৰুদাৰ স্মৃতিদিৱস; ‘ভালপোৱাৰ বোকামাটি’ গচকি ‘বকুল ফুলৰ দৰে’ উৰি আহিছে ‘জোনাকৰ পখী’
নৱ প্ৰজন্মৰ তাৰুণ্য তগবগৱো ওঁঠত ওলমি থাকে যাৰ কবিতাৰ ভাবোচ্ছ্বাসিত গধুৰ পংক্তি, সেই কবি হীৰুদাৰ আজি দ্বাদশ মৃত্যু বাৰ্ষিকী। আজিৰ দিনটোৱেই আছিল…
যাত্ৰীবাহী চলন্ত বাছত অগ্নিকাণ্ড; ৮ জনৰ মৃত্যু, ২৪ জন আহত, তীৰ্থ কৰি উভতি অহাৰ সময়তে দুৰ্ঘটনা
যাত্ৰী কঢ়িয়াই অনা এখন বাছত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত হাৰিয়ানাত ৮ জন লোকৰ মৃত্যু ঘটিছে। শুকুৰবাৰে নিশা প্ৰায় ১.৩০ বজাত হাৰিয়ানাৰ নুহ…
ভোগৰ সম্ভাৰ লৈ ৰীতি-পৰম্পৰাৰে অসমীয়াৰ আনন্দ আৰু সম্প্ৰীতিৰ ভোগালী
আজি উৰুকা। উৰুকা নিশাৰ ভোগৰ ভোজ খাই এতিয়া মেজিৰ জুইত সংকল্প লোৱাৰ সময়। অসমীয়াৰ বাপতি সাহোন তিনিটি বিহুৰ অন্যতম এই মাঘ বিহু…
শাৰীৰিক সম্পৰ্ক অস্বীকাৰ মানসিক নিষ্ঠুৰতা; বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে! উচ্চ ন্যায়ালয়
মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে পত্নীয়ে স্বামীৰ সৈতে কোনো কাৰণ নোহোৱাকৈ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাটো এক প্ৰকাৰৰ মানসিক ‘নিষ্ঠুৰতা’,…
ইজৰাইলৰ বিমান আক্ৰমণত নিহত পেলেষ্টাইনৰ প্ৰসিদ্ধ বিজ্ঞানী
গাজা ষ্ট্ৰিপৰ উত্তৰ দিশৰ ফালুজা চহৰত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে পেলেষ্টাইনৰ প্ৰসিদ্ধ বিজ্ঞানী ছুফিয়ান তায়েহ। ইজৰাইলৰ আক্ৰমণত তেওঁৰ পৰিয়ালৰ আন সদস্যসকলো…
আধুনিক ভাৰতৰ নিৰ্মাতা জৱাহৰলাল নেহৰুৰ যি পাঁচটা অৱদান কেতিয়াও পাহৰিব নোৱাৰি
ভাগ্যৰ সৈতে মুখামুখি (A tryst with destiny), ভাৰতৰ স্বাধীনতাৰ প্ৰাকক্ষণত জৱাহৰলাল নেহৰুৰ সেই বিখ্যাত উদ্বোধনী ভাষণ দেশবাসীৰ মনত খোদিত হৈ আছে। যি…
‘বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান’! সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত একাঁজলি শ্ৰদ্ধাঞ্জলি
সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ আজি দ্বাদশ মৃত্যু বাৰ্ষিকী। যাযাবৰ হৈও তেওঁ আছিল মানুহৰ শিল্পী। তেওঁৰ সমগ্ৰ জীৱনৰ সৃষ্টিৰাজিত সেয়েহে মানৱতাৰ সুৰ অন্ত:সলিলা…
সপক্ষে ৪৫৪টা, বিপক্ষে মাত্ৰ ২টা ভোট; লোকসভাত গৃহীত হ’ল মহিলা সংৰক্ষণ বিধেয়ক
বিপক্ষে ভোট দিলে মাত্ৰ ২ জন সাংসদে। পক্ষত থাকিল ৪৫৪ জন সাংসদ। মহিলা সংৰক্ষণ বিধেয়কক লৈ দিনটোৰ উত্তপ্ত বিতৰ্কৰ অন্তত লোকসভাত নাৰী…