Author: এন ই নাও নিউজ
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰত শিৱ থাপা, সৰিতা দেৱী
বেংককত চলি থকা ২০১৯ বৰ্ষৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অসমৰ বক্সাৰ শিৱ থাপাই টুৰ্ণামেণ্টখনত পুৰুষৰ ৬০ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰি…
শিৱসাগৰত মহীয়সী নাৰী বীৰাংগনা সতী সাধনী দিৱস উদযাপন
অসমীয়া জাতিৰ মহীয়সী নাৰী বীৰাংগনা সতী সাধনীৰ পবিত্ৰ স্মৃতিত দেওবাৰে শিৱসাগৰ চহৰৰ ব’ডিং খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত, সদৌ চুতীয়া জাতি সন্মিলন,…
গুৱাহাটীত বিশাল বাইক ৰেলীৰে অন্তিম দিনৰ প্ৰচাৰ অভিযান বিজেপিৰ
লোকসভা নিৰ্বাচনৰ অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ শেষৰ দিনটোত দেওবাৰে নিজৰ শক্তি প্ৰদৰ্শনেৰে বিজেপিয়ে গুৱাহাটীত এক বিশাল বাইক ৰেলী উলিয়ায়। অন্তিম পৰ্যায়ৰ…
ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ অনা মহিলাগৰাকীৰ জামিন নাকচ কৰাটো বিচাৰিছে আৰক্ষীয়ে
দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা মহিলাগৰাকীয়ে এটা উৎকোচ লোৱা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰত বিচাৰ চলি আছে। পূৰ্বতে…
তৃতীয় পৰ্যায়ৰ ৫৪জন প্ৰাৰ্থীৰ ৮ জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ
অসমত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ এই চাৰিটা লোকসভা সমষ্টিত হ’ব লগা অন্তিম…
হিমন্ত বিশ্বৰ সমষ্টিৰ শুৱালকুছিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভানুলৈ শিল নিক্ষেপ
লোকসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ সময়তে শনিবাৰে সন্ধিয়া শুৱালকুছিৰ এখন নিৰ্বাচনী সভাত প্ৰাক্তন আমোলা তথা কংগ্ৰেছ নেতা…
সৰভোগৰ প্রাক্তন বিধায়িকা প্ৰণীতা তালুকদাৰৰ দেহাৱসান
সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়িকা, শিক্ষয়িত্ৰী, সমাজকৰ্মী প্ৰণীতা তালুকদাৰৰ (৮৫) শনিবাৰে আবেলি গুৱাহাটীৰ দিচপুৰ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। বৃহত্তৰ বৰনগৰ অঞ্চলৰ প্ৰতিটো ৰাজনৈতিক আৰু…
এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনা, প্ৰি-কোৱাৰ্টাৰত শিৱ থাপা
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত চতুৰ্থটো পদক জয়ৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা কৰা অসমৰ শিৱ থাপাই জয়েৰে অভিযান আৰম্ভ কৰি শনিবাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। শিৱ…
মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ হৈ উজলি উঠিল ৰিয়ান পৰাগ
আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলা উদীয়মান যুৱ ক্ৰিকেটাৰ অসমৰ ৰিয়ান পৰাগে শনিবাৰে ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ…
বিজেপি চৰকাৰৰ নেতৃত্বত দেশত গণতন্ত্ৰক হত্যা কৰাৰ প্ৰচেষ্টা চলিছে : মানিক সৰকাৰ
‘’বিজেপি চৰকাৰৰ নেতৃত্বত দেশত গণতন্ত্ৰক হত্যা কৰাৰ প্ৰচেষ্টা চলিছে।‘’প্ৰচণ্ড শিলাবৃষ্টি আৰু ধাৰাসাৰ বৰষুণৰ মাজতো বাক্সাৰ ৰাঙাচাত আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিপিআই(এম) প্ৰাৰ্থী…