NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

হিমন্ত বিশ্বৰ ‘সাম্প্ৰদায়িক’ মন্তব্যৰ বিৰুদ্ধে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ বিৰোধী দলপতিৰ

কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বিজেপি নেতা তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ‘সাম্প্ৰদায়িক’ মন্তব্যৰ বিৰুদ্ধে দেশৰ মুখ্য…

এন ই নাও নিউজ · April 20, 2019 8:04 pm
অসম

নেপালৰ আগশাৰীৰ এয়াৰলাইন বুদ্ধ এয়াৰে গুৱাহাটীৰ পৰা চলাব পোনপটীয়া বিমানসেৱা

নেপালৰ আগশাৰীৰ এয়াৰলাইন বুদ্ধ এয়াৰে অহা ৩ আগষ্টৰ পৰা গুৱাহাটী আৰু কাঠমাণ্ডুৰ মাজত পোনপটীয়া বিমানসেৱা আৰম্ভ কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।…

এন ই নাও নিউজ · April 20, 2019 6:42 pm
অসম

ন্যায়পালিকা এতিয়া গভীৰ সংকটত: যৌন নিৰ্যাতনৰ অভিযোগ অস্বীকাৰ কৰি মুখ্য ন্যায়াধীশ গগৈ

শনিবাৰে পুৱাৰে পৰাই দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীয়ে অনা যৌন নিৰ্যাতনৰ এক অভিযোগক লৈ সংবাদ মাধ্যমত…

এন ই নাও নিউজ · April 20, 2019 4:35 pm
অসম

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী

লোকসভাৰ প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনৰ পাছত অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত এইবাৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে হ’ব অগ্নিপৰীক্ষা। অহা ২৩ এপ্ৰিলত…

ৰাজেন শৰ্মা · April 19, 2019 11:45 am
অসম

কণ্ঠশিল্পী সুবাসনা দত্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত: গুৰুতৰভাৱে আহত শিল্পী গৰাকীক হাস্পাতলত ভৰ্তি

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ বাহন শুকুৰবাৰে ৰাতিপুৱা দুৰ্ঘটনাত পতিত হৈছে। ৰঙিয়াৰ উদিয়ানাত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ফলত কণ্ঠশিল্পীগৰাকী গুৰুতৰভাৱে আহত হয়।…

এন ই নাও নিউজ · April 19, 2019 9:38 am
অসম

অসমত লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৭.৬৭ শতাংশ ভোটদান

অসমত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ হৈছে  ৭৭.৬৭ শতাংশ। ৰাজ্যখনত দ্বিতীয় পৰ্যায়ত পাঁচটা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। বৃহস্পতিবাৰে অনুষ্ঠিত…

এন ই নাও নিউজ · April 19, 2019 8:27 am
অসম

বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে গাঁৱবাসীৰ

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰী গাঁৱত জাকৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে গাঁৱবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। আতংকিত গাঁৱবাসীয়ে হাতীটোৱে সৃষ্টি…

দীপক কুমাৰ পাঠক · April 19, 2019 7:23 am
অসম

গুৱাহাটী চিটী এফ চিৰ জাৰ্ছী মুকলি : দেশৰ শীৰ্ষ লীগত অসমৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ লক্ষ্য

গুৱাহাটী চিটী এফচি (জিচিএফচি)ৰ প্ৰথম আনুষ্ঠানিক জাৰ্ছী বৃহস্পতিবাৰে নেহৰু ষ্টেডিয়ামৰ চেম্পিয়ন্স ফুড ক’ৰ্টত উন্মোচন কৰা হয়। এই উপলক্ষে গুৱাহাটী চিটী এফচিৰ মুখ্য…

এন ই নাও নিউজ · April 19, 2019 6:26 am
অসম

কেব’ৰ বিৰোধিতাৰে ভোটাধিকাৰ সাৱ্যস্ত নকৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

লোকসভা নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰতাৰ বিৰোধিতা কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অৱশেষত গণতান্ত্ৰিক অধিকাৰ সাৱ্যস্ত কৰাৰ পৰা আঁ‌তৰি থাকিল। গণতান্ত্ৰিক শাসন…

মিণ্টু দাস · April 18, 2019 7:38 pm
অসম

উন্নয়নৰ পৰিৱৰ্তে কংগ্ৰেছে কেৱল দুৰ্নীতিহে কৰিলে :মুখ্য মন্ত্ৰী সোণোৱাল

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোৱালপাৰাৰ এখন নিৰ্বাচনী সভাত কংগ্ৰেছক প্ৰায় ‘শক্তিহীন’ বুলি অভিহিত কৰি কংগ্ৰেছক ইয়াৰ ‘অপশাসনৰ’ বাবে তীব্ৰ সমালোচনা কৰে। ‘’কংগ্ৰেছে…

ছফিকুল আহমেদ · April 18, 2019 6:51 pm