NORTHEAST NOW (Assamese)

Author: এন ই নাও নিউজ

অসম

আবেলি তিনি বজালৈকে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৬০.৩৮ শতাংশ

আজি লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিত আবেলি তিনি বজালৈকে ভোটদানৰ হাৰ ৬০.৩৮ শতাংশ হৈছে। আবেলি পাঁচ বজালৈকে ভোটদান চলিবলগীয়া দ্বিতীয়…

এন ই নাও নিউজ · April 18, 2019 5:16 pm
অসম

বৰপেটাৰ পৰা সাংসদ চিৰাজুদ্দিন আজমলক কিয় প্ৰাৰ্থিত্ব নিদিলে এআইয়ুডিএফে?

অসমত এআইয়ুডিএফৰ উত্থানৰ সাক্ষী বৰপেটা লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমলক এইবাৰ প্ৰাৰ্থিত্ব দিয়া নহ’ল। এআইয়ুডিএফ…

ৰাজেন শৰ্মা · March 23, 2019 3:33 pm
অভিমত

নিধিৰাম চৰ্দাৰ ‘নেডা’ : বিজেপিৰ হাতৰ পৰা ওলাই যোৱাৰ পথত অষ্টলক্ষ্মী?

উত্তৰ-পূবত কংগ্ৰেছ শূন্য কৰাৰ লক্ষ্যৰে গঠন কৰা উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চা অৰ্থাৎ নৰ্থইষ্ট ডেম’ক্রেটিক এলায়েন্স (নেডা)ৰ নিজৰেই এতিয়া অস্তিত্ব প্ৰায় শূন্য হোৱাৰ পথত।…

ৰাজেন শৰ্মা · March 22, 2019 9:29 am
অভিমত

বিজেপিলৈ আহি প্ৰথম নিৰ্বাচনী ৰাজনীতিত মুখ থেকেচা খালে নেকি হিমন্ত বিশ্ব শৰ্মাই?

আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাজনৈতিক দলবোৰৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাতৰিয়ে ৰাজনীতি উত্তপ্ত কৰি তোলাৰ সময়তে শাসকীয় বিজেপি দলত শেহতীয়াকৈ দেখা…

ৰাজেন শৰ্মা · March 17, 2019 11:16 am
অভিমত

অগপৰ নেতৃত্বৰ পৰিৱৰ্তন নঘটিলে বিজেপিত জীণ যাব নেকি আঞ্চলিক দলটো?

শেহতীয়াভাৱে লোকসভা নিৰ্বাচনকেন্দ্ৰিক চৰ্চাৰ মাজত ৰাজ্যখনৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ভৱিষ্যতক লৈ অসমৰ জাতীয়তাবাদী শিৱিৰে যথেষ্ট উদ্বিগ্নতাৰে সময় কটাবলগীয়া হৈছে।ইয়াৰ…

ৰাজেন শৰ্মা · March 8, 2019 4:55 pm
অভিমত

বিজেপিৰ কংগ্ৰেছ শূন্য উত্তৰ-পূব কিমান দূৰ: বিধেয়ক বিৰোধী আন্দোলনত স্থিতি হেৰাল নেকি নেডাৰ?

উত্তৰ-পূবক কংগ্ৰেছ শূন্য কৰাৰ লক্ষ্যৰে গঠন হোৱা নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলাইয়েন্স চমুকৈ নেডাৰ বৰ্তমান নিজৰেই অৱস্থান শূন্য হোৱাৰ দিশে আগবাঢ়িছে যেন দেখা…

ৰাজেন শৰ্মা · February 28, 2019 4:19 pm
অভিমত

গণতান্ত্ৰিক আন্দোলনক দমনৰ চেষ্টা কিয়? আছুৰ সৈতে বিজেপিৰ সংঘাতৰ পৰিণাম কি হ’ব পাৰে?

অসমত নানা বিতৰ্কৰ মাজতো জাতীয়তাবাদী ধাৰাক প্ৰতিনিধিত্ব কৰি অসমীয়া জাতীয় সত্ত্বাক ধৰি ৰখাৰ চেষ্টাত ব্ৰতী হৈ থকা সদৌ অসম ছাত্ৰ সন্থা চমুকৈ…

ৰাজেন শৰ্মা · January 31, 2019 4:48 pm
অভিমত

ৰাজপথৰ আন্দোলনে বচাব পাৰিবনে অসমীয়াক? বিদেশীৰ লগতে বহিৰাগতৰ আগ্ৰাসনো বিপদজনক

বিগত প্ৰায় পয়ত্ৰিশ বছৰ ধৰি অসমীয়াই কেৱল বিদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাক লৈয়েই ব্যস্ত থাকিবলগীয়া হৈছে। ঐতিহাসিক ছবছৰীয়া অসম আন্দোলনৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ…

ৰাজেন শৰ্মা · January 24, 2019 7:25 pm
অভিমত

নিৰ্বাচনমুখী প্ৰতিশ্ৰুতিৰে আকৌ এবাৰ কেন্দ্ৰই পণবন্দী কৰিব খুজিছে নেকি অসমীয়াক?

বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠনৰ সিদ্ধান্ত লৈছে।এই সমতিতিখনে ৰাজ্যখনৰ বিধানসভাকে ধৰি স্থানীয় নিকায়সমূহত…

ৰাজেন শৰ্মা · January 3, 2019 6:49 pm
অভিমত

অসমৰ ৰাজনীতিৰ ‘ধূমকেতু’ বদৰুদ্দিন আজমলৰ কলংকমোচন সম্ভৱনে?

মৌলানা বদৰুদ্দিন আজমল অসমৰ ৰাজনীতিত এটা ‘ধূমকেতু’।ধৰ্মৰ আলমত ৰাজনীতিৰ দোকান খুলি এটা বঞ্চিত জাতিক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেয়া আজমলে ইতিমধ্যে প্ৰমান…

ৰাজেন শৰ্মা · December 27, 2018 3:22 pm