Author: ৰিনয় বসুমতাৰী
কোকৰাঝাৰত কোভিডত আক্ৰান্ত চি আই টিৰ পাঁচগৰাকী শিক্ষাৰ্থী
দেশৰ বহু ৰাজ্যৰ লগতে অসমৰো বিভিন্ন স্থানত পুনৰ মাৰাত্মক কোভিড- ১৯-এ বহু লোকক সংক্ৰমিত কৰিছে। কোকৰাঝাৰত পুনৰ কোভিড ১৯-এ সন্ত্ৰাসৰ সৃষ্টি কৰা…
ৰাজ্যত চলিছে কমিছনৰাজ, মিছা কথা কোৱা পৰিৱৰ্তনৰ চৰকাৰ: বিপিএফ নেতা দনেশ্বৰ গয়াৰী
অসমত চলিছে কমিছনৰাজ, মিছা কথা কোৱা পৰিৱৰ্তনৰ চৰকাৰ। যেনেদৰে পৰিবৰ্তনৰ কথা কোৱা হৈছিল তেনেদৰে পৰিবৰ্তন হোৱা নাই। সেয়ে এইবাৰ অসমত হব আঞ্চলিক…
বহু হ’ল,বন্দুক -বাৰুদ আমাক আৰু নালাগে—কিয় ক’লে জুবিনে?
বহু হ’ল৷বন্দুক -বাৰুদ আমাক আৰু নেলাগে৷এতিয়া উন্নয়ন হব লাগে৷নতুন পৰিকল্পনা লৈ সকলোৱে আগুৱাই যাব লাগিব৷ এই মন্তব্য অসমৰ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ…
বিটিআৰৰ বাহিৰৰ বিধানসভা সমষ্টিসমূহতো প্ৰতিদ্বন্দ্বিতা কৰিব ইউপিপিএল দলে: প্ৰমোদ বড়ো
সমাগত বিধানসভা নিৰ্বাচনকলৈ কালি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰদান কৰা মন্তব্যৰ পিচত আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আজি…
কোকৰাঝাৰত বিটিআৰ প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ব জনগোষ্ঠীয় সাংস্কৃতিক বিনিময় সমাৰোহ
বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰখনক এখন শান্তিৰ চহৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে বিটিআৰ পৰিষদীয় চৰকাৰে গ্ৰহণ কৰিছে প্ৰথম পদক্ষেপ৷ এই পদক্ষেপৰ অংশ হিচাপে…
প্ৰাক্তন এবছু নেতা লৰেঞ্চ ইছলাৰীকে ধৰি দুই সহস্ৰাধিক বিপিএফ কৰ্মীৰ ইউ পি পি এলত যোগদান
অসম বিধান সভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগেই ৰাজনৈতিক দল সমূহৰ তৎপৰতা বৃদ্ধি পাইছে। সেইদৰে, বি টি আৰৰ…
কোকৰাঝাৰত অৱস্থান ধৰ্ণাৰে উত্তাল প্ৰতিবাদ নেমছুৰ
বিটিচিত ভাৰতীয় নাগৰিকক উচ্ছেদ বন্ধ কৰা, সংখ্যালঘু উন্নয়ন বৰ্ড গঠন কৰা, ধৰ্মীয় সংখ্যালঘু ব্যক্তিক মনোনীত সদস্য হিচাপে নিযুক্তি দিয়া আৰু প্ৰতিজন ভাৰতীয়…
কোকৰঝাৰত মাটিত পুতি থোৱা অৱস্থাৰ পৰা গুলী-বাৰুদসহ পুনৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ আৰক্ষীৰ
বিটিআৰৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰ জিলাৰ পৰা আৰক্ষীয়ে পুনৰ উদ্ধাৰ কৰিছে গুলী-বাৰুদসহ বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে সোমবাৰে নিশা প্ৰায়…
কোকৰাঝাৰ অশান্তি: শাসকীয় দলৰ নেতাৰ বাহনলৈ দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ
বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৰ ঘোষিত শান্তিৰ নগৰ কোকৰাঝাৰত সংঘটিত হৈছে অশান্তিৰ ঘটনা। শুক্ৰবাৰে নিশা শাসকীয় দলৰ নেতাৰ বাহনলৈ লক্ষ্য কৰি …
কোকৰাঝাৰত প্ৰাক্তন বিএলটি নেতাৰ বাহগৃহত আৰক্ষীৰ তালাচী অভিযান; নেতাৰ প্ৰতিক্ৰিয়া
কোকৰাঝাৰ চহৰৰ চুদেমপুৰীত আৰক্ষীৰ তালাচি অভিযান চলে। প্ৰাক্তন বি এল টি কল্যাণ পৰিষদৰ অধ্যক্ষ জন’মহন মুছাহাৰীৰ বাহগৃহত কোকৰাঝাৰ আৰক্ষীয়ে তালাচী চলায়। চহৰখনৰ…