Author: ৰিনয় বসুমতাৰী
আজিৰে পৰা ঘোষণা কৰা তিনিদিনীয়া কোকৰাঝাৰ জিলা বন্ধ প্ৰত্যাহাৰ
বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ(বিজেএছএম) আৰু আন কেইবাটাও জনজাতীয় সংগঠনে আজিৰে পৰা আহ্বান দিয়া তিনিদিনীয়া কোকৰাঝাৰ জিলা বন্ধ প্ৰত্যাহাৰ কৰা হৈছে। অক্টোবৰৰ ১২,…
মুখ্যমন্ত্রীৰ ভ্রমণৰ প্রতিবাদ: আজিৰে পৰা ৩দিনীয়া কোকৰাঝাৰ জিলা বন্ধৰ আহ্বান জনজাতি সংগঠনৰ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিলাখনলৈ প্ৰস্তাৱিত ভ্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ(বিজেএছএম)আৰু আন কেইবাটাও…
কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰমীলা নাৰ্জাৰীৰ হত্যাকাৰীক
কোকৰাঝাৰ আৰক্ষীয়ে প্ৰমীলা নাৰ্জাৰীৰ হত্যাৰ গোচৰৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোকজনক ৰামফলবিল অঞ্চলৰ ২৯বছৰীয়া দেবৰাজ ওৰফে গণেশ নাৰ্জাৰী বুলি চিনাক্ত…
নিৰ্বাচনী উত্তাপ চলি থকাৰ মাজতে কোকৰাঝাৰত উদ্ধাৰ অবৈধ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁওত জংঘল এলেকাৰ পৰা দেওবাৰে আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে কয় যে অবৈধ…
ভাৰত-ভূটান সীমান্তৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ দেউশ্ৰীত এজনী হাতী গুলীয়াই হত্যা
চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ অক্সিগুৰিত এজনী বনৰীয়া হাতী হত্যা কৰিছে দুস্কৃতিকাৰীয়ে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰায় ৪০ বছৰীয়া নিহত বনৰীয়া…
ক’ৰ’নাত আক্ৰান্ত হৈ কোকৰাঝাৰত এজন লোকৰ মৃত্যু
ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কোকৰাঝাৰ জিলাৰ এজন ব্যক্তিৰ আজি মৃত্যু হয়। জিলাখনৰ উপায়ুক্ত ভাস্কৰ ফুকনে এই কথা জনায়। কোকৰাঝাৰৰ আৰ…
কোভিডত আক্ৰান্ত কোকৰাঝাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা আঁচনি প্ৰৱন্ধক
কোকৰাঝাৰ জিলাত এতিয়া ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। আজিৰ দিনটোতে জিলাখনত ৩১ জন লোক ক’ৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত…
ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ
কোকৰাঝাৰ জিলাৰ ভাৰত-ভুটান সীমান্তৰ সৰলপাৰাত নদীত সন্ধানহীন যুৱকৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয়৷ নিহত যুৱক গৰাকী গোসাইগাঁও সদৰ চহৰৰ এক নম্বৰ ৱাৰ্ডৰ…
চিৰাং জিলাত প্ৰথমগৰাকী ক’ভিড-১৯ ৰোগীৰ মৃত্যু
চিৰাং জিলাত ক’ভিড-১৯ৰ ফলত আজি এজন ৰোগীৰ মৃত্যু হয়। মহামাৰী ক’ৰ’নাৰ বাবে মৃত্যু হোৱা জিলাখনত এইটো প্ৰথম ঘটনা। বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ…
ডাইনীৰ সন্দেহত চিৰাঙত দুই ফৈদৰ সংঘৰ্ষ, আহত ৪ ব্যক্তি
বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ পিছতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ডাইনীৰ অন্ধবিশ্বাস। ডাইনীৰ সন্দেহতে চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী চকীৰ অন্তৰ্গত ভূৰাবস্তিত সংঘটিত হ’ল…