Author: ৰিনয় বসুমতাৰী
আক্রাছুৰ বন্ধত কোকৰাঝাৰৰ ছেৰফাংগুৰিত ট্ৰাকত অগ্নিসংযোগ : হতাহত ৪জন
সদৌ সম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ সময়চোৱাত সন্দেহযুক্ত বন্ধ সমৰ্থকৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন ৩জন…
অভিযান সদ্ভাৱনা : চিৰাঙৰ নিচিমা অনাথ আশ্ৰমলৈ আচবাব আৰু খোৱাপানী সুবিধা প্ৰদান
ৰেড হৰ্ন ডিভিজনৰ চিৰাঙত নিয়োজিত সেনা গোটটোৱে নিচিমা অনাথ আশ্ৰমলৈ আচবাব সামগ্ৰী আৰু খোৱাপানীৰ সুবিধা আগবঢ়াইছে। অভিযান সদ্ভাৱনাৰ অধীনত সেনা গোটটোৱে অনাথ…
ড০ প্ৰমোদ ভট্টাচাৰ্য্যলৈ বড়ো সমাজৰ গভীৰ শ্ৰদ্ধাঞ্জলি; এবছুৰ পতাকা অৰ্ধনমিত
বড়ো ভাষা-সংস্কৃতিৰ গৱেষণাৰ কামত জীৱন উচৰ্গা কৰা আৰু নিজৰ কামেৰে বড়ো ভাষা অধ্যয়নক নতুন মাত্ৰা দিয়া সাহিত্যাচাৰ্য ড০ প্ৰমোদ ভট্টাচাৰ্য্যলৈ বড়োসকলে গভীৰ…
আগ্নেয়াস্ত্র আৰু গুলীসহ অসমৰ দুজন দুষ্কৃতিকাৰীক আলিপুৰদুৱাৰত গ্রেপ্তাৰ
আগ্নেয়াস্ত্র আৰু গুলীসহ অসমৰ দুজন দুষ্কৃতিকাৰীক ৩০ অক্টোবৰত আলিপুৰদুৱাৰত গ্রেপ্তাৰ কৰে পশ্চিম বংগ আৰক্ষীয়ে। পশ্চিম বংগৰ মুখ্য মন্ত্ৰীৰ উত্তৰ বংগ ভ্ৰমণৰ বাবে সীমান্ত…
কোকৰাঝাৰ বিজুলী কাৰ্যালয়ত আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ য়ুনিয়নৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট
কোকৰাঝাৰত আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ কৰ্মচাৰীয়ে আজি দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। কোকৰাঝাৰ বিজুলী কাৰ্যালয় চৌহদত পুৱা ১০-০০ বজাৰ পৰা…
জাতীয় দল-সংগঠনে আহ্বান জনোৱা অসম বন্ধ প্ৰতিহত কৰিবলৈ সষ্টম কোকৰাঝাৰ প্ৰশাসন
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৪৬ টাকৈ জাতীয় দল-সংগঠনে কাইলৈ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আহ্বান জনোৱা ১২ ঘন্টীয়া…
কোকৰাঝাৰৰ দহগৰাকী প্ৰতিযোগীলৈ ‘ডিভাইন নৰ্থ ইষ্ট- ২০১৮’ৰ খিতাপ
বিটিএডিৰ মুখ্য সদৰ কোকৰাঝাৰ তথা বিটিএডিৰ বাবে গৌৰৱৰ লগতে আনন্দ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কোকৰাঝাৰৰ দহগৰাকী ফেশ্বন প্ৰতিযোগীয়ে। চলিত অক্টোবৰ মাহৰ…
বি পি এফৰ কাৰ্বন বিৰোধী ধৰ্ণাই অস্থিৰ কৰিছে প্ৰশাসনক; ১৪৪ ধাৰা জাৰি
চিৰাং জিলাৰ বি পি এফ দলৰ নেতা-কৰ্মচাৰীয়ে যোৱা সাত দিন ধৰি অব্যাহত ৰখা কাৰ্বন বিৰোধী ধৰ্ণা কাৰ্যসূচীয়ে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে…