Author: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
কোকৰাঝাৰৰ মাৰ্চেন্ট কালীবাৰীত চুৰিকাণ্ড; লুটি নিলে মন্দিৰৰ তিনি লাখ টকাৰ সা-সামগ্ৰী
বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ বিবেকানন্দ পথত বুধবাৰে নিশা মাৰ্চেন্ট কালীবাৰী মন্দিৰত সংঘটিত হয় এক চুৰি কাণ্ড ৷ মন্দিৰৰ ভিতৰত ভেন্টিলেটৰ ভাগি…
Encounter কোকৰাঝাৰত গাঞ্জা সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী; আহতক হাস্পাতালত ভৰ্তি
Encounter পুনৰ অসম আৰক্ষীৰ গুলীত আহত হৈছে এজন গাঞ্জা সৰবৰাহকাৰী। কোকৰঝাৰৰ বিছমুৰি আৰক্ষী পেট্ৰ’লিং আউটপ’ষ্টত সংঘটিত হৈছে এই ঘটনা। আৰক্ষী গুলী ভৰিত…
ভুল চিকিৎসাৰ পৰিণতিত শিশুৰ মৃত্যু! কোকৰাঝাৰ সদৰ থানাত গোচৰ তৰিলে পৰিয়ালে
কোকৰাঝাৰত অঘটন ৷ স্বাস্থ্যকৰ্মীৰ ভুল চিকিৎসা আৰু একেৰাহে তিনিটাকৈ বেজী দিয়াৰ ফলত সুস্থ সবল কন্যা সন্তানৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ…
Road Accident কোকৰাঝাৰৰ কচুগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত দুই মটৰচাইকেল আৰোহী, জ্বলিল ট্ৰাক
Road Accident কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁৱত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত দুজন মটৰচাইকেল…
Operation Against Drugs কোকৰাঝাৰত ড্ৰাগছৰ সৈতে আটক এজন যুৱক, এজনৰ পলায়ন; জব্দ প্ৰায় ৩ গ্ৰাম ড্ৰাগছ
Operation Against Drugs ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে দেওবাৰে খোদ কোকৰাঝাৰ চহৰত ড্ৰাগছ আসক্ত এজন যুৱকক আটক কৰা…
Mid Day Meal Scam কোকৰাঝাৰত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কুইন্টলে কুইন্টলে পচা মধ্যাহ্ন ভোজনৰ চাউল
Mid Day Meal Scam কোকৰাঝাৰ চহৰৰ নাতিদুৰৈত অৱস্থিত দেৱৰগাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত মাটিত গাঁত খান্দি পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে বস্তাই…
বিপিএফ সুবিধাবাদীৰ দল, ইয়াৰ কোনো নীতি-আদৰ্শ নাই: বিপিএফক তীব্ৰ সমালোচনা ইউপিপিএলৰ
বিপিএফ হ’ল সুবিধাবাদীৰ দল, সুবিধাবাদৰ বাবেই ধ্বংস হব দলটো। বিজেপি-বিপিএফৰ মিত্ৰতা সন্দৰ্ভত ইউপিপিএলৰ কাৰ্যকাৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰীয়ে সংবাদমেলত এইদৰে মন্তব্য কৰে। সংবাদমেলত…
জৌংছাৰ আৰু জনক ব্ৰহ্মৰ মৃত্যুৰ ন্যায় বিচাৰি কোকৰাঝাৰত শিক্ষাৰ্থীৰ বিশাল সমদল
ভাৰত ভুটান সীমান্তত সংঘটিত ঘটনাত নিহত জৌংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল শিক্ষাৰ্থী। বি টি আৰ…
বিশ্ব গঁড় দিৱসৰ দিনাই ৰায়মোনাত ৫৭ জন চোৰাং চিকাৰীৰ আত্মসমৰ্পন, জমা দিলে ৪০ টা বন্দুক
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ ৰাইমোনাত আজি বিশ্ব গঁড় দিৱসৰ দিনা ৫৭ গৰাকী চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰাৰ লগতে অস্ত্ৰ সম্বৰণকৰে ৷ ৰাইমোনা ৰাজহুৱা…
বড়ো জাতিকলৈ খেলা নকৰিবলৈ আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছাৰক সকিয়ালে গৌৰ্জন মুছাহাৰীয়ে
বিটিআৰত নৱগঠিত ইউএলবি সশস্ত্ৰ উগ্ৰপন্থী দমনৰ নামত নিৰীহ যুৱকক ভুৱা এনকাউন্টাৰ কৰি হত্যা কৰাৰ ঘটনা সন্দৰ্ভত আজি সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম…