Author: নিখিল মুন্দ্ৰা
ঈদত নতুন মটৰচাইকেল লৈয়ে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটিলে দুই যুৱকে
পবিত্ৰ ঈদৰ দিনাই আজি ডবকাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ঘটনাস্থলীতে দুজনকৈ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হয়। দুৰ্ঘটনাটোত নিহত যুৱক দুজনক ক্ৰমে মোৰাঝাৰ আৰক্ষী…
চামগুৰিত অচিনাক্ত দুৰ্বৃত্তই বিপাঙত পেলালে বনকৰ্মীক ; ডিজেলৰ লগত মিহলালে নিমখ
চামগুৰিৰ মালিবস্তিত ৪ জুনৰ নিশা সংঘটিত এক ঘটনাই বাৰুকৈয়ে বিপাঙত পেলালে বন বিভাগৰ বনবিষয়া-বনৰক্ষীক। ঘটনাৰ বিৱৰণি মতে নগাঁৱৰ শালনা আঞ্চলিক বন বিষয়াৰ…
অসম আৰক্ষীৰ কমাণ্ডোক পিতৃৰ সন্মুখতে খেদি খেদি ঘপিয়াই হত্যা দুৰ্বৃত্ত দলৰ
তিনিচুকীয়া জিলাৰ মাকুমত অসম আৰক্ষীৰ এজন কমাণ্ডোক দেওবাৰে নিশা একাংশ দুৰ্বৃত্তই খেদি খেদি ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰে। দুৰ্বৃত্তৰ হাতত নিহত অসম…
ৰাজ্যত ১০০০ খন ই-বিদেশী ন্যায়াধীকৰণ স্থাপনৰ পৰিকল্পনাত চূড়ান্ত ৰূপ কেন্দ্ৰৰ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশৰ পিছত নিষ্পত্তি কৰিবলগীয়া গোচৰৰ বাবে চৰকাৰে অসমত ১০০০ খন বিদেশী ন্যায়াধীকৰণ…
নাৰায়ণপুৰৰ বিছাবৰিত গা ধুবলৈ গৈ সৰবৰহী যুৱকৰ সলিল সমাধি
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰী গাঁও পঞ্চায়ত এলেকাৰ বিছাবৰিত দেওবাৰে অৰ্থাৎ ২ জুনত সন্ধিয়া সংঘটিত এক দুৰ্ঘটনাত এজন যুৱকে মৃত্যুক আঁকোৱালি লয়। ঘটনাৰ…
‘বিদেশত আপোন মানুহ’ৰ পৰিচালক মানস অধিকাৰীৰ আত্মহত্যা
অসমীয়া চলচ্চিত্ৰৰ এটা পৰিচিত নাম তথা বিদেশত আপোন মানুহ নামৰ জনপ্ৰিয় ধাৰাবাহিকখনৰ পৰিচালক মানস অধিকাৰীয়ে দেওবাৰে অৰ্থাৎ ২ জুনত নিজা বাসগৃহত চীপ…
‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা ৰংবং তেৰাঙক লুম্মেৰ দাই সাহিত্য বঁটা
তেজপুৰত অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা কালি অৰ্থাৎ ১ জুনত ‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং…
‘ঘোষিত বিদেশী’, অৱসৰপ্ৰাপ্ত সেনা বিষয়া ছানাউল্লাহক চাকৰিৰ পৰাও অব্যাহতি
“ঘোষিত বিদেশী” তথা বৰ্তমান গোৱালপাৰা ডিটেনশ্যন কেম্পত ৰখা তথা প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহক আজি চাকৰিৰ পৰা অব্যাহতি দিয়ে। অসম আৰক্ষীৰ সীমান্ত শাখাৰ…
সোণাৰিত নাহৰফুটুকী নিধন কৰি কাটি নিলে নেজ, ঠেং; ঘটনাস্থলীত পলমকৈ উপস্থিত বন বিভাগৰ লোক
চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট ভেচেলীপথাৰ গাঁৱত একাংশ স্থানীয় ৰাইজে আজি এটা নাহৰফুটুকী বাঘ মৰিয়াই নিধন কৰে। দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত নাহৰফুটুকীটোৱে স্থানীয়…
বিষাক্ত চুলাই কাণ্ড : ৪১ জন লোকৰ বিৰুদ্ধে আদালতত আৰক্ষীৰ অভিযোগনামা দাখিল
সমগ্র দেশ জোকাৰি যোৱা ১৭০ ৰ জনৰো অধিক লোকৰ মৃত্যু হোৱা তথা যোৱা ২১ ফেব্ৰুৱাৰীৰ প্ৰায় এসপ্তাহ ধৰি গোলাঘাট আৰু যোৰহাট জিলাত…