NORTHEAST NOW (Assamese)

Author: শশাংক তালুকদাৰ

Popular Stories

বজাৰ বন্ধ কৰিবলৈ দিয়া নিৰ্দেশৰ বাবেই দণ্ডাধীশক আক্ৰমণ একাংশ দুৰ্বৃত্তৰ

নামনি অসমৰ বৰপেটা জিলাত বুধবাৰে এটা দুৰ্বৃত্তৰ দলে বজালীৰ দণ্ডাধীশ জোনালী ৰাভাক আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে…

শশাংক তালুকদাৰ · April 2, 2020 9:56 am
Popular Stories

ল’কডাউনৰ মাজত পাঠশালাত ৬জনক গ্ৰেপ্তাৰ, মদৰ ভাতী উৎখাত

ক’ৰ’না ভাইৰাছৰ বাবে চলি থকা ল’কডাউনৰ নিয়ম উলংঘা কৰাৰ অপৰাধত শনিবাৰে বজালীৰ পাঠশালাত আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰে। উক্ত লোককেইজনে পাঠশালা নগৰত…

শশাংক তালুকদাৰ · March 29, 2020 8:27 am
অসম

বন্ধুৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত নৃশংস হত্যাকাণ্ড; গ্ৰেপ্তাৰ হত্যাকাৰী

বৰপেটা জিলাৰ পাঠশালাত এজন বন্ধুক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা যুৱকজন ২২ বছৰীয়া ৰজিবুল আলী বুলি…

শশাংক তালুকদাৰ · February 18, 2020 8:47 am
অসম

জিলা প্ৰস্তাৱ: উৎফুল্লিত বজালীবাসী, দল-সংগঠন; মিঠাই বিতৰণ বিজেপিৰ

সোণোৱাল কেবিনেটে শনিবাৰে বজালীক জিলালৈ উন্নীত কৰাৰ প্ৰস্তাৱ লোৱাৰ খবৰে মহকুমাবাসীক উৎফুল্ল কৰি তুলিছে, দল-সংগঠনে চৰকাৰী সিদ্ধান্তক আদৰণি জনাইছে। নাগৰিকত্ব (সংশোধন) আইন…

শশাংক তালুকদাৰ · December 21, 2019 8:59 pm
অসম

ভট্টদেৱ বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি; উপাচাৰ্যৰ বাহনত লিখিলে “বদন’ আৰু “No CAB’

সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পাঠশালাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ “বদন’ক শিশুপাল খেদা দিলে ছাত্ৰ সমাজে l যি সময়ত কটন, গুৱাহাটী, ডিব্ৰুগড় আদি…

শশাংক তালুকদাৰ · December 11, 2019 5:48 pm
অসম

মঙলবাৰৰ অসম বন্ধক সমৰ্থন সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ

১০ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰে আছু তথা উত্তৰ-পূব ছাত্ৰ সন্থাই ঘোষণা কৰা অসম বন্ধক পূৰ্ণ সমৰ্থন আগবঢ়াইছে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই।…

শশাংক তালুকদাৰ · December 9, 2019 9:28 pm
অসম

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা অসম আন্দোলনৰ প্ৰথম চহিদ পৰিয়ালৰ

অসম আন্দোলনৰ প্ৰথম চহিদগৰাকীৰ পৰিয়ালে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে। প্ৰতি বছৰে অসম আন্দোলনৰ প্ৰথমগৰাকী চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱস…

শশাংক তালুকদাৰ · December 9, 2019 7:46 am
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ

কটন বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। পাঠশালা অঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ…

শশাংক তালুকদাৰ · December 4, 2019 9:08 am
অসম

পৰম্পৰা! দীপাৱলীৰ বাবে মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত বজালীৰ এখন গাঁও

বজালী মহকুমাৰ সদৰ চহৰখনৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰৰ আঁতৰৰ ডেনাৰটাৰি (সৰল পাৰা) গাঁৱখনত দীপাৱলীৰ পূৰ্বে বিৰাজ কৰিছে উৎসৱৰ পৰিৱেশ। ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ লোককে…

শশাংক তালুকদাৰ · October 20, 2019 10:06 am
অসম

অসমৰ প্ৰথমখন ‘স্বচ্ছ আৰু সেউজ গাঁও’ বেলনাক প্ৰশংসা প্ৰধান মন্ত্ৰী মোদীৰ

ৰাজ্যৰ প্ৰথমখন স্বচ্ছ আৰু সেউজ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰা বজালীৰ বেলনা গাঁৱৰ কাম-কাজক লৈ মুখ্য মন্ত্ৰী সোণোৱালে কিছুদিন পূৰ্বে টুইটাৰযোগে গাঁওবাসীক…

শশাংক তালুকদাৰ · October 10, 2019 12:02 pm