Author: শশাংক তালুকদাৰ
বিদেশীক নেখেদালৈকে অসম আন্দোলনৰ চহিদৰ আত্মাই শান্তি নাপায় : খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধা তালুকদাৰ
যেতিয়ালৈ অসম চুক্তিৰ আধাৰত এজনো অবৈধ বিদেশী নাগৰিকক অসমৰ পৰা বিতাড়ন কৰা নহয় তেতিয়ালৈ ঐতিহাসিক অসম আন্দোলনৰ চহিদৰ আত্মাই শান্তি নাপায়। অসম…
বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ব্যাপক অনিয়মৰ অভিযোগ
বজালী শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰিচালনাত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপিত কৰিছে মহাবিদ্যালয়খনৰ সৈতে জন্মলগ্নৰে পৰা জড়িত থকা পৰিচালনা সমিতিৰ…
ব্যাপক হিংসাৰে হিংসাত্মক ঘটনাৰ প্ৰতিবাদ; বৰপেটাৰোডত অসম বন্ধৰ সমৰ্থকে ভাঙিলে বৰযাত্ৰীৰ গাড়ী
আজি ৩ নৱেম্বৰত বৰাক উপত্যকাৰ কেইবাটাও বাঙালী সংগঠনে দিয়া অসম বন্ধৰ সময়ছোৱাত বৰপেটাৰোডত বন্ধৰ সমৰ্থকে হিংসাত্মক কাৰ্য্যত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। জানিব…
পিতৃৰ মৃত্যুৰ পিছতো গুণোৎসৱত উপস্থিত দুই ছাত্ৰ : সকামৰ দিনাই পৰীক্ষাত বহিল দুই কণমানি
বজালী মহকুমাৰ অন্তৰ্গত জালিখাটা গাওত অৱস্থিত ৮৯ নং জালিখাটা প্ৰাথমিক বিদ্যালয়তো বুধবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে অনুষ্ঠিত হৈছে গুণোৎসৱ। শিক্ষা গ্ৰহণৰ…
টিহুৰ জঘন্য বলাৎকাৰ কাণ্ড : পঞ্চমজন অভিযুক্তকো গ্ৰেপ্তাৰ আৰক্ষীৰ
টিহুত চলন্ত গাড়ীত এগৰাকী বিবাহিতা মহিলাক বলাৎকাৰ কৰা ঘটনাৰ লগত জড়িত অন্তিম পাঁচ নম্বৰ অভিযুক্তজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। টিহু আৰক্ষীয়ে…
পাঠশালাত নিশা পথৰ ওপৰত বাগৰিল ছুইফট ডিজায়াৰ; গুৰুতৰভাৱে আহত পাঁচগৰাকীকৈ আৰোহী
পাঠশালা নগৰৰ কলেজ চ’কৰ ওচৰত সোমবাৰে নিশা প্ৰায় ৯.৩০ মান বজাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এই দুৰ্ঘটনাটোত পাঁচগৰাকীকৈ…
টিহুৰ জঘন্য দলবদ্ধ বলাৎকাৰ কাণ্ডত জড়িত আৰু এজন অভিযুক্ত আটক
টিহুৰ জঘন্য দলবদ্ধ বলাত্কাৰ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰু এজনক আটক কৰা হৈছে। ৰঙিয়াৰ পুঠিমাৰীৰ পৰা টিহু আৰক্ষীয়ে ৰূপধন আলী নামৰ…
বজালী মহাবিদ্যালয়ত সংস্কৃত বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ আৰু সম্বৰ্ধনা অনুষ্ঠান
বজালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ উদ্যোগত ১৩-১০-২০১৮ ইং তাৰিখ শনিবাৰে ন-পুৰণি ছাত্ৰ-ছাত্ৰী সন্মিলন আৰু এটি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত…
নিম্ন আদালত সমূহ ন্যায় প্ৰক্ৰিয়াৰ মেৰুদণ্ড : বিপ্লব কুমাৰ শৰ্মা
বজালী অধিবক্তা সন্থাৰ সৌজন্যত আজি বজালী মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত ‘ফৌজদাৰী বিচাৰত অভিযোগ উত্থাপনকাৰী আৰু প্ৰতিবাদী পক্ষ’ শীৰ্ষক এখন মনোগ্য আলোচনা চক্ৰ অনুষ্ঠিত…
পাঠশালাত দিনদুপৰতে চোৰৰ অভিযান; সোণসহ লুটি নিলে বৃহৎ পৰিমাণৰ ধন
আজি দিনদুপৰতে বৰপেটা জিলাৰ পাঠশালা নগৰত সংঘটিত এক চুৰিকাৰ্যৰ ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, পাঠলাশা নগৰৰ ৩ নং…