Author: শিৱজিত দত্ত
‘কা’-বিৰোধী আন্দোলন আৰু আছুৰ নেতৃত্ব
পৰিপক্ক সংগঠনে জনসাধাৰণক শিকায়ো, জনসাধাৰণৰপৰা শিকেও। কেব-বিৰোধী, কা-বিৰোধী আন্দোলনত অসমৰ জনসাধাৰণে এক প্ৰজ্ঞা-সমুজ্জ্বল দৃষ্টান্ত দাঙি ধৰিছিল– আছুৱে তাৰপৰা যথোচিত পাঠ লোৱা যেন…
“অপপ্ৰচাৰ”ৰ অপপ্ৰচাৰ
ভাৰতীয় জনতা পাৰ্টি খুবেই সতৰ্ক দল। কেঁচা, অপটু কাম কৰা ভকত তেওঁলোক নহয়। সহজে নাকচ হৈ যাব পৰা প্ৰচাৰ তেওঁলোকে কৰিব বুলি…
অসমত ধৰ্ম-প্ৰদৰ্শনৰ বা-মাৰলি : কাৰণ-পূৰণ আৰু তাৎপৰ্য্য
কেইবছৰমানৰ পৰা অসমত ধৰ্ম-পালন-প্ৰদৰ্শনৰ প্ৰকোপ অস্বাভাৱিকভাৱে চৰিছে। চৰকাৰৰ পৃষ্ঠপোষকতাতে নমামি ব্ৰহ্মপুত্ৰ, নমামি বৰাক, ব্ৰহ্মপুত্ৰ পুষ্কৰ আদি বিগ বাজেটৰ ধৰ্মানুষ্ঠান সমাধা কৰা হৈছে,…
নাগা বিদ্ৰোহৰ পটভূমি আৰু ইতিহাস, শান্তি-আলোচনা আৰু সংশয়
পটভূমি নাগাপাহাৰ ব্ৰিটিছৰ অধীনলৈ যায় ১৮৮১ চনত আৰু নগা সম্প্ৰদায়ৰ শ শ জনজাতিৰ প্ৰতিনিধিত্ব কৰা নগা ক্লাবৰ জন্ম হয় ১৯১৮ চনত। এই…
অ’ মোৰ সুৰীয়া মাত, অসমৰ সুৱদী মাত!
খিলঞ্জীয়াৰ নেতৃত্ব দিব খোজা এচামে ভাবে আৰু আনকো ভবাব খোজে যে অসম চুক্তিৰ ছয় নম্বৰ দফাৰ আধাৰত ‘সাংবিধানিক ৰক্ষাকৱচ’ লৈ অসমীয়া ভাষাকো…
মিঞা মানুহৰ ভাষাৰ আৰু আশাৰ ৰাজনীতি – কঃ পন্থা?
এই কথাত দ্বিমত নাই যে মিঞা এক অতি পৰিশ্ৰমী সম্প্ৰদায়, পানীৰ ওপৰত খেতি কৰিব পৰা সম্প্ৰদায়। এই কথাও দোহাৰিব নালাগে যে অসমৰ…
খিলঞ্জীয়া আৰু অসমীয়া : ৰক্ষাকৱচৰ পানীমিঠৈ
অসমৰ অসমীয়াভাষী লোকসকলৰ লগতে সদৌ বৈধ অসমবাসী এক বিশেষ ঐতিহাসিক সন্ধিক্ষণত আহি উপস্থিত হৈছে। এই সন্ধিক্ষণৰ কেবাটাও তাৎপৰ্যময় বিশেষত্ব দেখা গৈছে। এক,…
মিঞা কবিতাৰ প্ৰসংগ : ৰাইজৰ ঐক্য যেন অটুট থাকে
প্ৰগতিশীল দৃষ্টিকোণেৰে যিসকলে অসমৰ সমাজ-জীৱনৰ কথা আলচ কৰিব খোজে, সেইসকলে দুটা দিশৰ পৰা দৃষ্টি আঁতৰ কৰিব নোৱাৰে : নিপীড়িতৰ ঐক্য আৰু জাতিৰ…
প্ৰেৰণা পুথিভঁৰাল : এটি অসম-বিৰল, ব্যতিক্ৰমী, প্ৰেৰণাদায়ী অনুষ্ঠান
ভাৰতৰ স্বাধীনতা আন্দোলন কেৱল এক ৰাজনৈতিক আন্দোলনেই নাছিল, মানৱতাৰ উত্তৰণৰ ই আছিল এক সৰ্বাত্মক প্ৰয়াসো। সামাজিক-সাংস্কৃতিক সকলো দিশতে এক আধুনিক মননৰ ভিত্তিত…
উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিহুভিত্তিক বিষয়ৰ অৱতাৰণা : কিছু প্ৰশ্ন
অতি সম্প্ৰতি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সিদ্ধান্ত লৈছে যে ২০২০ বৰ্ষৰপৰা কাৰ্যকৰী হোৱাকৈ “বিহু” সম্পৰ্কীয় এটি পাঠ্যবিষয় আৰম্ভ কৰা হ’ব। বিষয়টো…