Author: স্মিতা ভট্টাচাৰ্য
যোৰহাটত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু কোভিডত হোৱা নাই বুলি ঘোষণা কৰ্তৃপক্ষৰ
শেহতীয়াকৈ যোৰহাটত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। এনে সময়তে কোভিডত আক্ৰান্ত এগৰাকী মহিলাৰ মৃত্যু কোভিডত নহয় বুলি ঘোষণা কৰিছে…
যোৰহাটত কৰ’নাৰ সংক্ৰমণ; ৫৪গৰাকী স্বাস্থ্যকৰ্মী, ১৮গৰাকী আৰক্ষীৰ কোভিড-১৯ পজিটিভ
যোৰহাট জিলা প্ৰশাসনে কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন লকডাউনৰ সময়ছোৱাত জনসাধাৰণক প্ৰশাসনৰ সৈতে সহযোগিতা কৰাৰ আহ্বান জনাইছে। ইয়াৰ…
যোৰহাট চহৰ, উপকণ্ঠ অঞ্চলত অনিৰ্দিষ্টকালীন লকডাউন
যোৰহাট জিলা প্ৰশাসনে ক’ভিড-১৯ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সদৰ চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকালীন লকডাউন ঘোষণা কৰিছে। চহৰখনত…
যোৰহাট জিলাৰ আৰু এজন ক’ভিড ৰোগীৰ মৃত্যু
যোৰহাট জিলাৰ আৰু এজন ক’ভিড-১৯ ৰোগীৰ মঙলবাৰে মৃত্যু হৈছে। তালেবুদ্দিন আহমেদ নামৰ ৭৬ বছৰীয়া ব্যক্তি এজনে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত মঙলবাৰে…
ক’ভিডত যোৰহাট জিলাৰ প্ৰথমটো মৃত্যু
ক’ভিড-১৯ত যোৰহাট জিলাত প্ৰথমটো মৃত্যুৰ ঘটনা দেওবাৰে সংঘটিত হৈছে। আশিস চাহেৱালা নামৰ এজন ৩৮ বছৰীয়া ব্যৱসায়ীয়ে ক’ভিড-১৯ত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত…
যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ত কণ্টেইনমেণ্ট জ’ন ঘোষণা, কৰ্মচাৰী ক’ভিড পজিটিভ
এগৰাকী কৰ্মচাৰী ক’ভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পিছত যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ এক অংশ মঙলবাৰে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। “ডি চি অ’ফিচৰ এগৰাকী…
গণ আক্ৰমণৰ বলি দেৱাশীষ গগৈৰ হত্যাৰ সৈতে জড়িত আৰু দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
মৰিয়নিত গণ আক্ৰমণৰ বলি দেৱাশীষ গগৈৰ হত্যাকাণ্ডৰ সৈতে জড়িত আৰু দুজন লোকক যোৱা দুদিনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাত আৰক্ষীয়ে এতিয়ালৈকে মুঠতে…
মেট্ৰিকৰ ফলাফলৰ পিছতে “আত্মহত্যা” প্ৰথম বিভাগ পোৱা ছাত্ৰীৰ
কংকিতা বৰা নামৰ যোৰহাটৰ ছাত্ৰী এগৰাকীয়ে শনিবাৰে মেট্ৰিকৰ ফলাফল ঘোষণাৰ পিছতে আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে। কংকিতাই আজি ঘোষিত মেট্ৰিকৰ ফলাফলত…
অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ আত্মহত্যাৰ ঘটনা: তদন্ত বিচাৰি পত্নীয়ে দাখিল কৰিলে এজাহাৰ
যোৱা মঙলবাৰে আত্মহত্যা কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকীৰ পত্নীয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ তদন্ত বিচাৰি শুকুৰবাৰে যোৰহাটৰ লিচুবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল…
বিভাগৰ কাৰ্যালয় কক্ষতে চিপ লৈ আত্মহত্যা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ
যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্যবিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপকে আত্মহত্যা কৰিছে। বিশ্ববিদ্যালয়খনৰ নিজা বিভাগৰ কাৰ্যালয় কক্ষতে চিপ লৈ আত্মহত্যা কৰাৰ অৱস্থাত উদ্ধাৰ কৰা…