Author: উত্তম শইকীয়া
ৰাজ্যৰ প্ৰতিখন জিলাত শীতলীকৰণ কেন্দ্ৰ স্থাপনৰ ঘোষণা কৃষি মন্ত্ৰী অতুল বৰাৰ
বোকাখাতৰ কাজিৰঙা নিউজ নেটৱৰ্কৰ দ্বাৰা পৰিচালিত কে এন এন বোকাখাত লাইভৰ কিটচেন গাৰ্ডেন প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয় ৷ বোকাখাতৰ…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণৰ বিশেষ কৰ্মশালা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত প্ৰকৃতি সংগঠন আৰণ্যক আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত বন্যপ্ৰাণী পুনৰ সংস্থাপন…
বোকাখাতত ব্যৱসায়ীৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ নগদ ধন জব্দ
এক গোপন সূত্ৰৰ আধাৰত বোকাখাত আৰক্ষীয়ে আজি বিয়লি বোকাখাতৰ ম’হমাইকী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ কদ্মা কালোৱাৰ নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত অভিযান…
নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং কাঠ বেপাৰীৰ আক্ৰমণত আহত বনকৰ্মী
গোলাঘাট জিলাৰ নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাংকৈ কাঠ কাটিবলৈ যোৱা এটা দুস্কৃৰ্তিকাৰী দলৰ আক্ৰমণত আজি আহত হয় এগৰাকী কৰ্তব্যৰত বনকৰ্মী । আজি বনাঞ্চলৰ…
বোকাখাত আৰক্ষী থানালৈ আৰণ্যকৰ উচ্চ প্ৰযুক্তিৰ চি চি কেমেৰা প্ৰদান
বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰত হোৱা পথ দুৰ্ঘটনা বা যান-বাহনৰ গতি নিয়ন্ত্ৰনৰ উপৰি বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন কৰাত সহায়ক হোৱাকৈ দেশৰ আগশাৰীৰ প্ৰকৃতি…
কাজিৰঙাৰ কাষৰীয়া তিনিটা ৰেঞ্জৰ গাঁৱৰ ১০ হেজাৰ পশুধনক প্ৰতিষেধক প্ৰদান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাঁৱত যোৱা এপ্ৰিল মাহৰ ৩০ তাৰিখৰ পৰা আৰম্ভ হোৱা পোহনীয়া পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযান ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত,…
কাজিৰঙাত গঁড় হত্যাৰ সৈতে জড়িত বৃহৎ চোৰাং চিকাৰীৰ দল আটক; উদ্ধাৰ এ কে-৪৭, এ কে-৫৬ ৰাইফল
ল’কডাউনৰ মাজতে বিগত ৯ মে’ ত কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ ডোৰামাৰী বিলৰ পাৰত এটা খৰ্গ বিহীন মতা গঁড়ৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ ঘটনাস্থলীত…
কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ কৰা এটা টুইটৰ বাবে এগৰাকী প্ৰৱক্তাক কাৰণ দৰ্শোৱাৰ জাননী; বোকাখাতত প্ৰতিক্ৰিয়া
বোকাখাতৰ চি এন বি মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত নিৰাপত্তাৰক্ষী নিয়োগ নকৰা সম্পৰ্কত মহাবিদ্যালয় খনৰ এজন প্ৰৱক্তাই দিয়া টুইটৰ বাবে প্ৰৱক্তাজনক মহকুমা…
৭ জুনৰ ভিতৰত ঘোষিত হ’ব ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অহা ৭ জুনৰ ভিতৰত ঘোষিত হ’ব৷ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ কহঁৰাত শনিবাৰে এক সংবাদমেলত এই…
বোকাখাতত সৰ্প দংশনত মহিলাৰ মৃত্যু
বোকাখাত মহকুমাৰ দ্বিতীয় পৰঙনীয়া নেপালী খুঁটি গাঁৱৰ বুলি শইকীয়া নামৰ এগৰাকী মহিলা আজি পুৱা বিষাক্ত সাপৰ দৰ্শনত মৃত্যু হয়। পাৰ চৰাইৰ গঁড়ালত…