NORTHEAST NOW (Assamese)

Author: উত্তম শইকীয়া, বোকাখাত

অসম

বিশ্ব পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; মুকলি কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই

আজি বিশ্বৰ পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশ দ্বাৰত পুৱা আয়োজিত এক বিশেষ অনুষ্ঠানত…

উত্তম শইকীয়া, বোকাখাত · October 1, 2021 12:37 pm
অসম

Pobitora Wildlife Sanctuaryবিশ্ব প্ৰকৃতি নিধিৰ সাহায্য: বাইন’কুলাৰ, মটৰচাইকেল আৰু কম্পিউটাৰ প্ৰদান

Pobitora Wildlife Sanctuary প্ৰকৃতি প্ৰেমী বেচৰকাৰী সংগঠন বিশ্ব প্ৰকৃতি নিধি বা ডব্লিউ ডব্লিউ এফ ৰ উদ্যোগত সোমবাৰে অভয়াৰণ্যখনৰ কৰ্তব্যৰত বনৰক্ষী সকলৰ মাজত…

উত্তম শইকীয়া · September 21, 2021 10:07 am
অসম

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত গঁড়ৰ খৰ্গ দাহ কৰাৰ প্ৰস্তুতি; ২২ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজহুৱাকৈ কৰা হ’ব দাহ

বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ ৰ ৩৯ অনুচ্ছেদৰ অধীনত অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জমা হৈ থকা গঁড় খৰ্গ, হাতীৰ দাঁত বা তেনে…

উত্তম শইকীয়া · September 20, 2021 9:23 am
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ মৃত্যু; আত্মহত্যাৰ সন্দেহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ ডাফলাং বন শিবিৰৰ এজন বনকর্মীৰ যোৱা নিশা বন শিৱিৰতে মৃত্যু হয় ৷ মৃত্যু হোৱা বনকৰ্মীজনৰ নাম প্ৰবীন…

উত্তম শইকীয়া · September 19, 2021 9:44 am
অসম

ৰাজ্যৰ লগতে বোকাখাত মহকুমাতো ক’ভিডৰ প্ৰতিষেধক প্ৰদানৰ ব্যাপক অভিযান

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে বোকাখাত মহকুমাতো মহকুমা প্ৰশাসন আৰু মহকুমা স্বাস্থ্য বিভাগৰ উদ্যোগত সামুহিক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ মেগা…

উত্তম শইকীয়া · September 18, 2021 6:56 am
অসম

বাঘেখোৱা চাপৰিত মহিলাৰ বেগ এটা উদ্ধাৰ: নিমাতী নাও দুৰ্ঘটনাৰ কোনো যাত্ৰীৰ বুলি সন্দেহ

বোকাখাত মহকুমাৰ ভক্তে চাপৰিৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত বাঘেখোৱা নামৰ চাপৰিত বুধবাৰৰ দিনা বিয়লি স্থানীয় মাছমৰীয়াই এটা বেগ উদ্ধাৰ কৰে ৷…

উত্তম শইকীয়া, বোকাখাত · September 17, 2021 7:14 am
অসম

পোষণ মাহ উপলক্ষে প্ৰশাসনৰ উদ্যোগত বোকাখাতত বিভিন্ন কাৰ্যসূচী; বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা

চলিত পোষণ মাহৰ লগত সংগতি ৰাখি বোকাখাত মহকুমা প্ৰশাসন আৰু পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আজি বোকাখাতত এলানি কাৰ্যসুচী ৰূপায়ন…

· September 14, 2021 3:30 pm
অসম

Bokakhat, বোকাখাতত সংঘৰ্টিত দুটা পৃথক পথ দুৰ্ঘটনাত নিহত দুজন

Bokakhat , বোকাখাতৰ সমীপৰ মেথনি চাহ বাগিছাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত দেওবাৰে নিশা এক শোকাবহ পথ দুৰ্ঘটনা সংঘৰটিত হয় ৷ Bokakhat, মাজ…

উত্তম শইকীয়া · September 13, 2021 1:34 pm
অসম

Kaziranga বন , আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া বনকৰ্মীৰ স্মৃতিত কাজিৰঙাতো বন ছহিদ দিৱস পালন

kaziranga national park বন, আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া বনকৰ্মী সকলৰ স্মৃতিত শনিবাৰে দেশত বন ছহিদ দিৱস পালন কৰা হয়…

উত্তম শইকীয়া · September 12, 2021 7:29 am
অসম

নিমাতীঘাটৰ শোকাবহ নাও দুৰ্ঘটনাত নিৰুদিষ্টৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ বুকুত কাজিৰঙাৰ বনকৰ্মীৰ অভিযান

নিমাতীঘাটত বুধবাৰে সংঘৰ্টিত হোৱা শোকাবহ নাও দুৰ্ঘটনাৰ পিছত নিৰুদ্দিষ্ট যাত্ৰীৰ সন্ধানত আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বোকাখাত আৰক্ষীৰ এটা উদ্ধাৰকাৰী দলে ব্ৰহ্মপুত্ৰ…

উত্তম শইকীয়া · September 9, 2021 8:35 pm