Author: উত্তম শইকীয়া
চৰকাৰী মিথ্যাচাৰ: শিল্পী পেঞ্চনৰ নামত বঞ্চনা বোকাখাতৰ দুগৰাকী প্ৰবীণ লোক শিল্পীক
৮৬ বছৰ বয়সৰ বৰ বায়ন ভলৌ হাজৰিকা। বোকাখাতৰ ঐতিহাসিক কুৰুৱাবাহী সত্ৰৰ যোগনীয়া গাঁৱৰ বৰ বায়ন ভলৌ হাজৰিকাই আজিলৈকে অৰ্ধ শতাধিক গায়ন বায়নৰ…
উচ্চ ন্যায়লয়ত অগ্ৰিম জামিন লৈ কাজিৰঙালৈ অহা দুৰ্ধৰ্ষ চোৰাং ব্যৱসায়ী ৰহিমুদ্দিনক পৃথক গোচৰত গ্ৰেপ্তাৰ
কাজিৰঙা ৰষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা আৰু গঁড়ৰ খৰ্গৰ চোৰাং কাৰবাৰৰ সৈতে জড়িত এজন দুধৰ্ষ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ডি এফ অ’ৰমেশ কুমাৰ…
বোকাখাতত সৰ্প দংশনত লফাই কাৰ্ডঙৰ মৃত্যু; এন্টি ভেনমৰ অভাৱতেই প্ৰাণ দিব লগা হ’ল লোকজনে
বোকাখাতৰ সাপেখাতী গাওঁৰ বাসিন্দা লফাই কাৰ্ডঙৰ সৰ্প দংশনত মৃত্যু হয় ৷ বোকাখাতৰ ধনশিৰিমুখৰ সমীপৰ চহলা চাপৰিত কৰ্মৰত অৱস্থাত বুধবাৰৰ দিনা বিয়লি বিষাক্ত…
ৰাজ্যৰ সকলোবোৰ বনাঞ্চল আৰু বনসংমণ্ডলৰ বনকৰ্মীলৈ বৰ্ধিত ৰেচন ভাট্টাৰ ঘোষণা
অসম চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰালয়ে সোমবাৰে জাৰি কৰা এক নিৰ্দেশ মতে অসমৰ বন বিভাগত কৰ্মৰত সকলো বোৰ বনকৰ্মীৰ বাবে মাহে ২০০০…
বোকাখাতৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক: ৩দিনীয়া সম্পূৰ্ণ লকডাউনৰ অন্ত; আৰম্ভ হ’ব নতুন এছ অ’ পি
ক’ভিড সংক্ৰমণৰ দ্বিতীয় ঢৌৰ সময়ত যোৱা এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ আজিৰ তাৰিখলৈকে বোকাখাত মহকুমাত ৪,২৯৯ জন লোক ক’ভিড সংক্ৰমণত আক্ৰান্ত হয়…
আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব বোকাখাতৰ বিশাল চাংমাইয়ে
প’লেণ্ডত অনুস্থিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যুৱ আৰ্চাৰী প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে বোকাখাতৰ বিশাল চাংমাইয়ে ৷ অহা ৯ আগষ্টৰ পৰা ১৫…
বিধায়ক জিতেন গগৈৰ দুলুমনিক জব্দ : পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ হাতত অৰ্পণ
তিনিজনকৈ লোকক হত্যা কৰি চৰ্চালৈ অহা বোকাখাতৰ প্ৰাক্তন বিধায়ক তথা কাজিৰঙাৰ ৰজা বুলি বিতৰ্কৰ সূচনা কৰা জীতেন গগৈৰ পোহনীয়া হাতীজনী আজি বোকাখাতৰ…
লক্ষ্য কাজিৰঙা: মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা আটক দুৰ্ধৰ্ষ গঁড় চিকাৰী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ এক পুৰণি গোচৰৰ আধাৰত বোকাখাত আৰক্ষীৰ এটা দলে মনিপুৰৰ চূড়াচান্দপুৰৰ পৰা এটা দুধৰ্ষ গঁড়ৰ চিকাৰীক কৰায়ত্ব কৰে…
বোকাখাতৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক: ২৪ঘন্টাত ৩০ জন আক্ৰান্ত; সংক্ৰমণৰ হাৰ ৩.৫৪ শতাংশ
বোকাখাত মহকুমাত সোমবাৰেও উদ্বেগজনক হৈ আছে ক’ভিড সংক্ৰমণৰ পৰিস্থিতি ৷ মহকুমাটোত সোমবাৰৰ দিনা সংক্ৰমণৰ হাৰ হৈছে ৩.৫৪শতাংশ ৷ অৱশ্যে হাৰ দেওবাৰৰ তুলনাত…
ক’ভিডৰ নীতি-নিৰ্দেশনা ভংগ কৰি চাহ বাগিছাৰ দুৰ্গা মন্দিৰত যজ্ঞ; জনসমাগমৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান
ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা চৰকাৰী নীতি-নিৰ্দেশনা ভংগ কৰি প্ৰশাসনৰ ৰোষত পৰিছে যোৰহাট চাহ কোম্পানীৰ অধীনৰ নুমলীগড় চাহ বাগিছাৰ কৰ্তৃপক্ষ। নুমলীগড়…