NORTHEAST NOW (Assamese)
Popular Stories

বিজেপিৰ ৰেখা গুপ্তা হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীঃ কাইলৈ শপতগ্ৰহণ

February 19, 2025 8:27 pm
বিজেপিৰ ৰেখা গুপ্তা হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীঃ কাইলৈ শপতগ্ৰহণ

বুধবাৰে নিশা দিল্লীৰ নতুন মুখ্যমন্ত্ৰীৰ বাবে থকা অপেক্ষাৰ অন্ত পৰিল, বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ বাবে ৰেখা গুপ্তাক নিযুক্তি দিয়ে। বৃহস্পতিবাৰে ঐতিহাসিক ৰামলীলা খেলপথাৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰেখা গুপ্তাই।

ৰেখা গুপ্তাই আপৰ বন্দনা কুমাৰী আৰু কংগ্ৰেছৰ পাৰবীন কুমাৰ জৈনৰ বিৰুদ্ধে শলিমাৰ বাগৰ আসনত জয়লাভ কৰিছিল।তেঁও ২৯.৫৯৫ ভোটৰ ব্যৱধানত এই আসনখন লাভ কৰে।