NORTHEAST NOW (Assamese)

নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেট্ পৰীক্ষাৰ ফলাফল ঘোষণা

December 15, 2021 9:00 am · এন ই নাও নিউজ, গুৱাহাটী

অসমৰ প্ৰাথমিক শিক্ষা বিভাগে আজি ২০২১ বৰ্ষৰ টেট্ পৰীক্ষাৰ ফলাফল কৰিছে।

উচ্চ আৰু নিম্ন প্ৰাথমিক ফলাফলৰ বাবে অসম শিক্ষক যোগ্যতা পৰীক্ষাৰ ফলাফল অফিচিয়েল ৱেবছাইট ssa.assam.gov.in আপলোড কৰা হৈছে।

প্ৰশিক্ষাৰ্থী সকলে তেওঁলোকৰ লগইন আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি তেওঁলোকৰ ফলাফল লাভ কৰিব।

৩১ অক্টোবৰত প্ৰাথমিক বিদ্যালয় শিক্ষকৰ বাবে অসম শিক্ষক যোগ্যতা পৰীক্ষা (TET) সফলতাৰে অনুষ্ঠিত হৈছিল।

ৰাজ্যখনৰ ২৭ খন জিলা কেন্দ্ৰত অসম টেট ২০২১ পৰীক্ষাৰ আয়োজন কৰা হৈছিল।

Related News