অসম বছৰ বিদায় Posted by: হৰেকৃষ্ণ ডেকা Updated by: হৰেকৃষ্ণ ডেকা January 1, 2026 11:12 am বছৰৰ শেষ দিনটোত বেলি ডুবাৰ সময়ত পশ্চিমৰ হেলনীয়া হেঙুলীয়াখিনিলৈ চাই মই নতুন বছৰৰ প্ৰথম পোহৰৰ প্ৰতীক্ষা কৰিছোঁ। কেৰ্কেটুৱাটোও ৰৈ আছে, ভ্ৰুক্ষেপ নকৰাকৈ, দিন-বাৰৰ হিচাব নকৰাকৈ, কুমলীয়া ঘাঁহ আপোন মনেৰে কুটি, সন্তোষেৰে পেট পূৰাই। -হৰেকৃষ্ণ ডেকা ← Previousনতুন বছৰৰ আৰম্ভণিতেই দুঃসংবাদ: দেশজুৰি বৃদ্ধি পালে গেছ… Next →‘টাইগাৰ ষ্টেট’ মধ্যপ্ৰদেশত বাঘৰ কৰুণ মৃত্যু: ২০২৫ চনত… You may also like অসম গোলাঘাটৰ কায়া ইউনিচেক্স পাৰ্লাৰত ফেচিয়েল কৰিবলৈ গৈ মুখমণ্ডল জ্বলিল এগৰাকী চিকিৎসকৰ গোলাঘাটৰ এখন নামী পাৰ্লাৰত ফেচিয়েল কৰিবলৈ গৈ বিপদত পৰিল এগৰাকী দন্ত চিকিৎসক। গোলাঘাট চান্দমাৰীৰ দন্ত চিকিৎসক লিজা দেৱীয়ে ভগ্নী বিবাহ অনুষ্ঠানৰ বাবে… মীনাক্ষী ফুকন · February 13, 2021 5:34 pm অসম Mayank Agarwal: অনবদ্য অপৰাজিত ১২০ত মায়ংক! কিয় চৰ্চিত হৈছে গাভাস্কাৰ, দ্ৰাবিড়ৰ ভূমিকা? Mayank Agarwal ৰোহিত শৰ্মা আৰু লোকেশ ৰাহুল দললৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত মায়ংকে স্থান পোৱাটো কোনোপধ্যে সহজ নাছিল। কিন্তু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ দৃষ্টি… এন ই নাও নিউজ, গুৱাহাটী · December 4, 2021 10:03 am Popular Stories নৈশ বাছত এহাল ভিন্ন ধৰ্মৰ দম্পতীক আক্ৰমণ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৪ অভিযুক্তক এহাল ভিন্ন ধৰ্মৰ দম্পতীক আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযোগত ৪ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শনিবাৰে মাংগালুৰুৰ পৰা… এন ই নাও নিউজ · April 3, 2021 1:16 pm অসম গাড়ী চলাই থাকোতে টোপনিয়ে কাঢ়ি নিলে চালকৰ চকু, তাতেই ঘটিল দুৰ্ঘটনাটো! কেনে আছে পৱনদ্বীপ? ইণ্ডিয়ান আইডল ১২ৰ বিজয়ী তেওঁ। তেওঁৰ গীত শুনিয়েই মুগ্ধ হয় সকলো। তেওঁ হৈছে পৱনদীপ ৰাজন। সোমবৰে (৫ মে’) আহমেদাবাদত গাড়ী দুৰ্ঘটনাত পতিত… এন ই নাও নিউজ, গুৱাহাটী · May 6, 2025 1:34 pm