Category: দেশ
ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ, পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ ৰুজু
ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ডাঙৰ ৰায়, আশাৰাম বাপুৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল, শীঘ্ৰেই কৰিব লাগিব আত্মসমৰ্পণ
উৎকণ্ঠাৰ অন্ত! ইৰানৰ পৰা অৱশেষত মুকলি আকাশৰ তললৈ ১০ ভাৰতীয় নাৱিক
৫০ হাজাৰ টকাত পত্নীক বিক্ৰী কৰিলে স্বামীয়ে : গুজৰাটত আৱদ্ধ কৰি দলবদ্ধ ধ*ৰ্ষণ, গ্ৰেপ্তাৰ ৭
১ জুনৰ পৰা ৰে’লৱে ষ্টেচনত ১২ টকাৰ চিংৰা হ’ব ২০ টকা: মূল্যবৃদ্ধিৰ মাধমাৰ এতিয়া ৰে’ল যাত্ৰীৰ ওপৰত
এচআইআৰ প্ৰক্ৰিয়াক উচ্চতম ন্যায়ালয়ৰ সেউজ সংকেত: ভোটাৰ তালিকাৰ পৰা নাম কাটিলেই নাগৰিকত্ব হেৰুওৱা নুবুজায় বুলি জনালে ন্যায়ালয়ে
আদালত অৱমাননা! দোষী সাব্যস্ত কৰি ছয় মাহৰ কাৰাদণ্ড বাইজুছৰ প্ৰতিষ্ঠাপক বাইজু ৰবীন্দ্ৰনক
কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বাসগৃহত ইডিৰ অতৰ্কিত অভিযান, কন্যাৰ নাম সাঙোৰ খালে দুৰ্নীতিৰ গোচৰত
আমৰোহাত হনুমান মন্দিৰৰ সমীপত ভয়ংকৰ অঘটন: ট্ৰাকৰ খুন্দাত থিতাতে নিহত তিনিগৰাকী ভক্ত