এমাহত মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰক অন্যথা ৰাইজৰ ওচৰত বিধায়ক ভাস্কৰ শৰ্মাই ক্ষমা বিচাৰক : মাৰ্ঘেৰিটা আছু

২০১৬ চনত বিধানসভাৰ নিৰ্বাচনত তথাকথিত পৰিৱৰ্তনৰ শ্ল'গানেৰে শাসনভাৰ গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে দুবছৰ অতিক্ৰম কৰাৰ পিছতো বিধায়ক ভাস্কৰ শৰ্মাৰ...

Read moreDetails

দীননাথ উপাধ্যায়ক মুকলি কৰি অনাৰ দাবীত জাগুনত ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

সাধাৰণ জনতাক নিৰাপত্তা দিব নোৱৰা অসম আৰক্ষী হায় হায়, অলাফা (স্বাঃ)ই অপহৰণ কৰা দীননাথ উপাধ্যায়ৰ মুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰক, মাৰ্ঘেৰিটাৰ...

Read moreDetails

বৰপেটাত ১৫০খন বিছনাযুক্ত দ্বিতীয় শ্ৰেণীৰ কৰ্কট চিকিৎসালয়ৰ ভূমি-পূজন সম্পন্ন

আজি অসমৰ বিভিন্ন ঠাইত নিৰ্মাণ হ'বলগীয়া ১৯ খন কৰ্কট চিকিৎসালয়ৰ দ্বিতীয় স্তৰত অন্তৰ্ভুক্ত হোৱা বৰপেটা কৰ্কট চিকিৎসালয়ৰ ভূমি পূজন অনুষ্ঠান...

Read moreDetails

বোকাখাতত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা লগাই প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদ

অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত প্ৰাথমিক শিক্ষকৰ দীৰ্ঘদিনীয়া দাবীৰ আধাৰত আজি ৰাজ্যৰ আন আন ঠাইৰ লগতে বোকাখাততো প্ৰাথমিক শিক্ষক সকলে...

Read moreDetails

ভৱানীপুৰ খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ প্ৰাথমিক শিক্ষক সন্মিলনীৰ

শিক্ষকসকলৰ ৯ দফীয়া দাবীৰ সমৰ্থনত আজি সমগ্ৰ অসমৰ লগতে হাউলীতো কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।  ভৱানীপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে তেওঁলোকক উচিত মৰ্যাদা...

Read moreDetails

এছিয়ান গেইমছত ভাৰতীয় মহিলা আৰ্চাৰী দলত অসমৰ প্ৰমীলা দৈমাৰী

অসমৰ ক্ৰীড়া জগতৰ বাবে সুখবৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খেলত অসমৰ খেলুৱৈয়ে এটাৰ পাছত আন এটা সফলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ...

Read moreDetails

ৰূপকোঁৱৰৰ স্মৃতি বিজড়‌িত নগাঁৱৰ জয়শ্ৰী চিনেমা হল সংৰক্ষণৰ দাবী

অসমীয়া চলচ্চিত্ৰৰ ৰূপকাৰৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়‌িত নগাঁৱৰ জয়শ্ৰী চিনেমা হল সংৰক্ষণৰ দাবী তুলিছে নগাঁৱৰ সচেতন-সংস্কৃতিপ্ৰেমী লোকে। কালি নগাঁও...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাব অসম সাহিত্য সভাই

অন্ধবিশ্বাস আৰু আন সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে জনমত গঠনৰ বাবে...

Read moreDetails

প্ৰাপ্য অধিকাৰৰ দাবীত শোনিতপুৰৰ বালিপৰাৰ ফুলবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

প্ৰাপ্য সা- সুবিধাৰ পৰা বঞ্চিত প্ৰায় দুই সহস্ৰাধিক শ্ৰমিকৰ প্ৰতিবাদত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শোনিতপুৰৰ বালিপৰাৰ ফুলবাৰী চাহ...

Read moreDetails

ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেত্ৰী অঞ্জলি চেত্ৰীক অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান

ভ্ৰাম্যমাণৰ মঞ্চত কেইবা দশক ধৰি বলিষ্ঠ অভিনয়েৰে আলোড়নৰ সৃষ্টি কৰি অহা প্ৰবীণ অভিনেত্ৰী অঞ্জলি চেত্ৰীক ১৭ জুনত প্ৰদান কৰা হয়...

Read moreDetails
Page 5345 of 5951 1 5,344 5,345 5,346 5,951

Stay Connected

Recent News