Category: অসম
গহপুৰ-চাৰিদুৱাৰত বনৰীয়া হাতীয়ে বিনষ্ট কৰিলে খেতিপথাৰৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ
আঁতৰা নাই শিল-বালি নাটনিৰ সমস্যা; চৰম অসুবিধাত ৰাজ্যৰ নিৰ্মাণখণ্ড
বঙাইগাঁৱৰ বিৰঝৰা চাহ বাগিচাত সামান্য বাক-বিতণ্ডাৰ পাছতে পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ
নিপা ভাইৰাছৰ সন্দেহজনক সংক্ৰমণত মৃত্যু হ’ল শিৱসাগৰৰ যুৱক মনোজ শইকীয়াৰ
নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবী : দিল্লীলৈ চাইকেলেৰে গৈ গৃহ মন্ত্ৰীক সাক্ষাৎ বোকাখাতৰ চাহ বাগিচাৰ যুৱকৰ
প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ সুমতি কামনাৰে মহাযজ্ঞ পাতিলে দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমে
বৰপেটাত পঞ্চায়ত নিৰ্বাচনৰ কুজকাৱাজ এ আই য়ু ডি এফৰ : যুৱ মৰ্চা,মহিলা মৰ্চা, ছাত্ৰ মৰ্চাৰ নতুন সমিতি গঠন
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মোদীৰ প্ৰতিকৃতি দাহ কৰিলে কৃষক মুক্তিৰ গুৱাহাটী জিলা সমিতিয়ে
ওম প্ৰকাশ-প্ৰমীলা দেৱী মেম’ৰিয়েল চেৰিটেব’ল ট্ৰাষ্টে হোজাইৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব বঁটা