Category: শীর্ষ সংবাদ
সময়সীমা পাৰ হোৱাৰ পিছতো ২০টাকৈ আঞ্চলিক দলে দাখিল কৰা নাই বাজেট প্ৰতিবেদন! প্ৰশ্ন উত্থাপিত হৈছে দল সমূহৰ আৰ্থিক স্বচ্ছতাৰ ওপৰত
পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ
ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনৰ পূৰ্বে বিতৰ্কৰ মাজত গোৱালপাৰাস্থিত ইথানল প্লাণ্ট! বন ধ্বংসৰ লগতে স্বাস্থ্য হানিকৰাৰ আশংকা
অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবীত কোচ-ৰাজবংশীৰ তীব্ৰ প্ৰতিবাদত উত্তপ্ত ধুবুৰী! মাজ ৰাতিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ধুবুৰীলৈ তলব মুখ্যমন্ত্ৰীৰ
ৰাজনৈতিক অস্থিৰতাত ফ্ৰান্স! নতুন প্ৰধানমন্ত্ৰীৰ নিয়োগৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ, ২০০ৰো অধিক গ্ৰেপ্তাৰ
বিধেয়ক সন্মতিৰ গোচৰৰ নৱম দিনৰ শুনানি গ্ৰহণ! মুখ্য ন্যায়াধীশৰ তীক্ষ্ণ প্ৰশ্ন কেন্দ্ৰলৈ…
নতুনকৈ মুকলি কৰা আইফোন ১৭ কিনাৰ পৰিকল্পনা কৰিছে নেকি? জানক দাম আৰু বৈশিষ্ট্য
কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান