NORTHEAST NOW (Assamese)
অৰুণাচল

লোকসভা নিৰ্বাচন : উত্তৰ-পূবৰ পাঁচখন ৰাজ্যৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ March 15, 2019 9:36 pm
Syndicate: Congress slams Assam CM Sonowal, BJP

আগন্তুক লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে তৎপৰতা আৰম্ভ কৰাৰ মাজতে আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে উত্তৰ-পূবৰ পাঁচখন ৰাজ্যৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে।

এই অনুসৰি

পূব অৰুণাচল : জেমছ ৱাংলাট (অৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহ মন্ত্ৰী)।

পশ্চিম অৰুণাচল : নাবাম টুকী ( ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী)।

পশ্চিম ত্ৰিপুৰা : প্ৰদ্যুৎ দেৱ বৰ্মন।

পূব ত্ৰিপুৰা : গোপাল চন্দ্ৰ ৰয়।

মেঘালয়ৰ দুখন সংসদীয় সমষ্টি ক্ৰমে

শ্বিলং : ভিনচেণ্ট পালা (শ্বিলং সমষ্টিৰ বৰ্তমানৰ সাংসদ)।

তুৰা : ড০ মুকুল চাংমা (মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী)।

নাগালেণ্ড : কে এল ছিছিক।

ছিকিম : ভাৰত বছনেট।