NORTHEAST NOW (Assamese)
অভিমত

সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

Posted by: ড° হীৰেন গোহাঁই Updated by: ড° হীৰেন গোহাঁই June 4, 2025 6:30 am
সাম্প্ৰতিক সময়ত ৰাজ্যৰ পৰিস্থিতিক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ ড° হীৰেন গোহাঁইৰ

বোধহয়।২০১৭ আৰু ২০২১ চনৰ‌ অফিচ মেমৰেণ্ডাম অনুযায়ী যিবোৰ প্ৰকল্প অনুমোদিত
হৈছিল সেইবোৰত গছ কটাৰ পাছতো retrospective অনুমোদন হ’ব পাৰে।

কিন্তু ইয়াত ইচ্ছ্যুটো বেলেগ।এখন্ ৰাজ্যৰ মুখ্যমন্ত্ৰী জনে ৰাইজক দিয়া এটা আনুষ্ঠানিক প্ৰতিশ্ৰুতি নিজে ভঙ্গ কৰিছে।ই আইনভঙ্গতকৈও ডাঙৰ অপৰাধ। তেওঁ নিজকে নীচ প্ৰতাৰক ৰূপে প্ৰমাণিত কৰিছে।- ড° হীৰেন গোহাঁই৷