NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী May 18, 2022 5:22 pm

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয়।

দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত বহিষ্কাৰ কৰা হয় কংগ্ৰেছ নেতা নীলমণি সেন ডেকাক।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ নিৰ্দেশ মৰ্মে বহিষ্কাৰ কৰা হয় নীলমণি সেন ডেকাক।

নীলমণি সেন ডেকাই ফেচবুকত দল নচলে বুলি কৰা মন্তব্যৰ পাছতেই উভতি ধৰিছিল ভূপেন বৰাই।

লক্ষ্মণৰেখা পাৰ কৰিছে বুলিও অভিযোগ উত্থাপিত কৰিছিল প্ৰদেশ কংগ্ৰেছেৰ সভাপতি ভূপেন বৰাই।