NORTHEAST NOW (Assamese)
Uncategorized

পুনৰ উত্থান হৈছে আলফাৰ সংগ্ৰাম! নামছাইত সেনাৰ লগত হোৱা সংঘৰ্ষত নিহত আলফা(স্বাঃ)ৰ কেডাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2025 2:58 pm
পুনৰ উত্থান হৈছে আলফাৰ সংগ্ৰাম! নামছাইত সেনাৰ লগত হোৱা সংঘৰ্ষত নিহত আলফা(স্বাঃ)ৰ কেডাৰ

মঙলবাৰে নিশা অৰুণাচল প্ৰদেশৰ নামছাই জিলাত ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ বিদ্ৰোহ বিৰোধী অভিযানত নিহত হয় লফা (স্বাধীন)ৰ এজন শীৰ্ষ কেডাৰ।

জানিব পৰা মতে, নিহত কেডাৰ জন অপাৰেটিভ এছ এছ চাৰ্জেণ্ট মেজৰ নাম ইবন অসম। নিৰাপত্তা বাহিনীয়ে ইবন অসমৰ পৰা পৰা এটা ৰাইফল, এটা আৰ পি জি ৰাউণ্ড আৰু তিনিটা ৰাকচেক উদ্ধাৰ কৰিছে।

বিষয়াসকলৰ মতে ইবন অসমে নামছাই হৈ তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ দিশে যাবলৈ চেষ্টা কৰিছিল।