ৰাজ্যত অৱসান ঘটিব ধৰ্মভিত্তিক ব্যক্তিগত আইনৰ; বিধানসভাত উত্থাপন ঐতিহাসিক ইউনিফৰ্ম চিভিল কোড, ২০২৬
অসমৰ সকলো নাগৰিকৰ বাবে বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰ আৰু লিভ-ইন সম্পৰ্কৰ ক্ষেত্ৰত এক উমৈহতীয়া আইনী গাঁথনি প্ৰণয়ন কৰাৰ লক্ষ্যৰে...
Read moreDetails










