Latest Post

নিৰ্বাচনী প্ৰচাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ: ৰাজনৈতিক দলসমূহলৈ নিৰ্বাচন আয়োগৰ কঠোৰ সকীয়ানি

ভাৰতৰ নিৰ্বাচন আয়োগে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক দলসমূহক নিৰ্বাচনী প্ৰচাৰত কৃত্ৰিম বুদ্ধিমত্তা বা এআই প্ৰযুক্তিৰ অপব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ সকীয়ানি...

Read moreDetails

উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল: আৰাৱলীৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে গঠিত ১০ জনীয়া বিশেষজ্ঞ সমিতিক কেন্দ্ৰৰ অনুমোদন

আৰাৱলী পাহাৰ আৰু পৰ্বতমালাৰ এক সুনিৰ্দিষ্ট তথা সৰ্বসন্মত সংজ্ঞা নিৰ্ধাৰণৰ বাবে গঠিত এখন ১০ জনীয়া উচ্চ ক্ষমতাসম্পন্ন বিশেষজ্ঞ সমিতিত আনুষ্ঠানিকভাৱে...

Read moreDetails

অসমকে ধৰি চাৰি ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

সমগ্ৰ দেশৰ দৃষ্টি নিৱদ্ধ হৈ থকা অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ দিন আজি আনুষ্ঠানিকভাৱে...

Read moreDetails

মধ্যপ্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিৱেশৰ বাবে চিবিএছইৰ ডাঙৰ সিদ্ধান্ত, বাতিল হ’ল দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা

আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা তীব্ৰ সংঘাতৰ বাবে বৰ্তমান মধ্যপ্ৰাচ্যত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বৰ্ধিত ভূ-ৰাজনৈতিক...

Read moreDetails

তামিলনাডু নিৰ্বাচনত বিশেষ চমক: বিজয়ক উপ-মুখ্যমন্ত্ৰীৰ পদ আৰু ৮০খন আসনৰ প্ৰস্তাৱ বিজেপিৰ

তামিলনাডুৰ ৰাজনৈতিক বতাহত এতিয়া এক বিশেষ চৰ্চাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি আৰু অভিনেতা বিজয়ৰ...

Read moreDetails
Page 582 of 14932 1 581 582 583 14,932

Recommended

Most Popular