ৰাইজৰ সন্মুখত পূৰ্বৰ দুখন বাজেটৰ খাতিয়ান দাঙি ধৰিবলৈ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰদেশ কংগ্ৰেছৰ প্ৰত্যাহ্বান
যোৱা ১২ মাৰ্চৰ দিনা উত্থাপিত বাজেটখনক বিত্ত মন্ত্রী ড0 হিমন্ত বিশ্ব শৰ্মাই একত্ৰীকৰণ, সম্প্ৰসাৰণ আৰু উত্তৰণমুখী বুলি নামকৰণ কৰাৰ বিপৰীতে...











