NORTHEAST NOW (Assamese)
অসম

কাইলৈ ভোট গণনা: ক’ত, কেনেকৈ লাভ কৰিব নিৰ্বাচনৰ প্ৰতিটো মুহূৰ্তৰ ফলাফল?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 1, 2021 3:51 pm
nn12

তিনিটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ কাইলৈ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা প্ৰক্ৰিয়া।

নিৰ্বাচনৰ ফলাফল প্ৰতিটো মুহূৰ্ততে লাভ কৰিব পৰাকৈ মুকলি কৰা হ’ব একাধিক ৱেবচাইটৰ লগতে মোবাইল এপ।

results.eci.gov.in ত প্ৰতি মুহূৰ্ততে প্ৰতি সমষ্টিৰ ফলাফল লাভ কৰিব পাৰিব।

notice

Voter helpline মোবাইল এপৰ জৰিয়তেও লাভ কৰিব পাৰিব ফলাফল।

ভোট গণনা কেন্দ্ৰৰ ৰিটাৰ্ণিং অফিচাৰসকলে ৱেবচাইট আৰু মোবাইল এপত আপলোড কৰিব ফলাফল।

এক বিজ্ঞপ্তিযোগে ভাৰতীয় নিৰ্বাচনী আয়োগে জনাইছে এই কথা।