NORTHEAST NOW (Assamese)
Popular Stories

মঞ্চত কংগনা ৰানাউট : ছলমান খানে বাদ দিলে নেকি বিগ বছৰ সঞ্চালনাৰ দায়িত্ব? 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2023 4:15 pm
মঞ্চত কংগনা ৰানাউট : ছলমান খানে বাদ দিলে নেকি বিগ বছৰ সঞ্চালনাৰ দায়িত্ব? 

বৰ্তমান আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ হৈছে বিগ বছ। ছলমান খানে সঞ্চালনা কৰা আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছ আৰম্ভ হ’বলৈ ওলাইছে।

ছলমানে কৈছে যে  ১৭ সংখ্যক ছিজনত যথেষ্ট চমক থাকিব। এই ছিজনৰ প্ৰ’ম’ত ছলমান খানে কয় যে খেলখন সকলোৰে বাবে সহজ নহ’ব। 

কিন্তু নতুনকৈ মুক্তি পোৱা বিগবছৰ এটা প্ৰ’মত দেখা গ’ল কংগনা ৰানাৱক। প্ৰ’মটোত পৰিচালনাৰ কামত ব্যস্ত কংকনা।

 

View this post on Instagram

 

A post shared by Viral Bhayani (@viralbhayani)

ছলমান খানৰ এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে অভিনয় কৰিছিল কংগনা ৰানাৱটে। লগতে, ছলমান খান সোমোৱাৰ আগতে তেওঁ নিজেই কিছু ধেমেলীয়া বেশত পৰিচালনাৰ কাম কৰি আছিল।  বৰ্তমান বিগ বছৰ এই প্ৰমো ছচিয়েল মিডিয়াত বিয়পি পৰিছে।