NORTHEAST NOW (Assamese)
অসম

থিয় হৈ পানী খালে আঁঠুৰ বিষ বৃদ্ধি পায়! জানি লওক এই গুৰুত্বপূৰ্ণ তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2024 7:33 am

আজিৰ ব্যস্ত জীৱনত আমাৰ বহুতেই স্বাস্থ্যকৰ অভ্যাসবোৰ পাহৰি গৈছ। ভুল খাদ্যাভ্যাস আৰু ভুল পদ্ধতিৰে পানী খোৱা আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

ভুলকৈ পানী খালে আঁঠুৰ বিষ হ’ব পাৰে। থিয় হৈ পানী খালে আঁঠুত চাপ পৰে।থিয় হৈ পানী খোৱাৰ ফলত আঁঠুৰ ওপৰত চাপ পৰে আৰু আঁঠুৰ বিষ হব পাৰে।

থিয় হৈ পানী কিয় খাব নালাগে?

থিয় হৈ পানী খালে শৰীৰে সোনকালে শোষণ কৰি লয় আৰু ই বৃক্কত চাপ সৃষ্টি কৰে। ইয়াৰ ফলত বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

প্ৰতিদিনে কিমান পানী খাব লাগে?

সুস্থ হৈ থাকিবলৈ দৈনিক ৪-৫ লিটাৰ পানী খাব লাগে। বহি আৰু লাহে লাহে পানী খাব লাগে

ৰাতিপুৱা আৰু ৰাতি খালী পেটত এগিলাচ কুহুমীয়া গৰম পানী খালে ওজন নিয়ন্ত্ৰণত সহায় কৰে আৰু কলেষ্টেৰল কমায়।