NORTHEAST NOW (Assamese)
দেশ

ৰাজস্থানত দুৰ্ঘটনাত পতিত সেনাৰ বিমানঃ কোনোমতে প্ৰাণৰক্ষা দুই পাইলটৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2024 3:38 pm
Military Aircraft Crashes In Rajasthan

ৰাজস্থানত আজি সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে এখন সেনাৰ বিমান।

ৰাজ্যখনৰ জইছালমেৰৰ জৱাহৰ নগৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।

অৱশ্যে দুৰ্ঘটনাত কোনো হানি-বিঘিনি ঘটাৰ পৰে ৰক্ষা পৰিছে দুইগৰাকী পাইলট।

দুৰ্ঘটনাৰ পিছতে দুয়োজন পাইলটক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত সম্প্ৰতি সবিশেষ তথ্য প্ৰকাশ পোৱা নাই।