Popular Stories নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান… Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 7, 2025 3:46 pm মুম্বাইৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিলৈ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ১৫১ কোটি টকাৰ অনুদান আগবঢ়াইছে। উল্লেখ্য যে, ১৯৭০ চনত মুম্বাইৰ এইখন ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিৰ পৰাই স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল মুকেশ আম্বানীয়ে। ← Previousউদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা… Next →৯ জুনত লণ্ডনত অনুষ্ঠিত হ’ব চীন-আমেৰিকাৰ বাণিজ্যিক আলোচনা!… You may also like অসম মৰিগাঁৱৰ পাহাৰত বনজুই : অগ্নিনিৰ্বাপক বাহিনীৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত জুই নিৰ্বাপন মঙলবাৰে নিশা মৰিগাঁৱৰ এটা পাহাৰত সংঘটিত হয় ভয়নংকৰ বনজুইৰ ঘটনা। এই বনজুয়ে স্থানীয় লোকৰ মাজত আতংকৰ সৃষ্টি কৰে। জনসাধাৰণ আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে… এন ই নাও নিউজ, গুৱাহাটী · March 19, 2025 1:23 pm অসম যমুনাৰ পিছত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰত প্ৰৱেশ লাভলিনা বৰগোহাঁইৰ যমুনা বড়োৰ পাছত আন এগৰাকী অসম কন্যা লাভলিনা বৰগোহাঁইয়ে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৬৯ কেজি শাখাত খেলা লাভলিনাই… এন ই নাও নিউজ · October 9, 2019 7:32 pm অসম “হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শ্যামকানু মহন্তৰ সম্পৰ্ক লুকুৱাবলৈ গঠন কৰা হৈছিল SIT”-অভিযোগ গৌৰৱ গগৈৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ছিংগাপুৰত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ গুৰুতৰ সন্দেহ প্ৰকাশ কৰিছে। তেওঁ অভিযোগ কৰে যে ৰাজনৈতিক… এন ই নাও নিউজ, গুৱাহাটী · October 20, 2025 9:21 am Popular Stories কোভিদ-১৯ পজিটিভ বৃদ্ধি হোৱাৰ ঘটনাত কিয় আচৰিত হোৱা নাই স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? বুধবাৰৰ ৰাতিৰ পৰা আজি পুৱালৈকে মুঠ ২২ জন ৰোগী পজিটিভ হৈছে। তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীবাসী ৰাইজ আতংকিত হোৱাটো স্বাভাৱিক। কিন্তু ইয়াৰ পাছতো আচৰিত… কল্পজ্যোতি শইকীয়া · May 14, 2020 8:51 pm